Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Language -
অসমীয়া
  • English

৯ ঘণ্টাত ৮৪ পৃষ্ঠাৰ কিতাপ লিখি গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট নলবাৰীৰ ৰাজদ্বীপ কাশ্যপৰ

ৰাজ্যৰ চাৰিওদিশে বান বিভীষিকা। বান বিভীষিকাৰ মাজতে অতি কম সময়ত কিতাপ লিখি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই। হয় সাধাৰণতে...

Read moreDetails

কেন্দ্ৰই সেউজ সংকেত দিলেই অসমীয়াই লাভ কৰিব ধ্ৰুপদী ভাষাৰ স্বীকৃতি

অসমবাসীৰ বাবে সু-খবৰ। কিয়নো সকলো ঠিকে থাকিলে শীঘ্ৰেই অসমীয়া ভাষাই লাভ কৰিব পাৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। ১০ অক্টোবৰত এখন কমিটি...

Read moreDetails

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ; মুখ্যমন্ত্ৰীৰ পৰিচালনা সমিতি গঠন

নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে সমিতি। জিলা পৰিষদ, আঞ্চলিক...

Read moreDetails

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়াৰ বাসগৃহত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে বৰাৰ বাসগৃহত...

Read moreDetails

বিকিনি পিন্ধা ফটো ছ’চিয়েল মিডিয়াত আপলোড তৃতীয় লিংগৰ শিক্ষাৰ্থীৰ; বিদ্যালয়ৰ পৰা বহিষ্কাৰ

ছ’চিয়েল মিডিয়াত ফটো আপলোড দিয়াৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ হ’ল এগৰাকী তৃতীয় লিংগৰ ছাত্ৰী। একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষই বহিষ্কাৰ...

Read moreDetails

নীলা জাৰ্চিৰ সপোন পূৰণ ৰিয়ানৰ; পিতৃ পৰাগ দাসে পিন্ধালে ভাৰতীয় কেপ

আজিৰ পৰা আৰম্ভ হ’ল ভাৰত আৰু জিম্বাব’ৱেৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা। হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হোৱা শৃংখলাৰ প্ৰথমখন মেচত...

Read moreDetails

দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। উজনিৰ লগতে নামনিৰ ৩০...

Read moreDetails

শ্বহীদ ৰঞ্জিত বৰপূজাৰীক সশ্ৰদ্ধ সোঁৱৰণ; আজিৰ দিনটোত কি ঘটিছিল কটন কলেজৰ হোষ্টেলৰ ভিতৰত?

সেয়া আছিল ৪ জুলাই, ১৯৬০ চনৰ কথা! পুৱা প্ৰায় ৯:৩০ মান বজাত কটন কলেজৰ তেতিয়াৰ ছেকেণ্ড মেছৰ কমন ৰুমত বহি...

Read moreDetails

এতিয়াৰ পৰা SC আৰু ST প্ৰাৰ্থীয়ে কোনো নিযুক্তি পৰীক্ষাতে দিব নালাগে মাচুল : মুখ্যমন্ত্ৰী

ৰাজ্যত বানপানী আৰু গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰি থকাৰ মাজতে জনসাধাৰণৰ বাবে আহিছে এটা ভাল খবৰ। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলা ৰমেন বৰঠাকুৰে যোগদান কৰিলে AAPত

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলা কংগ্ৰেছৰ জ্যেষ্ঠ...

Read moreDetails
Page 143 of 146 1 142 143 144 146

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist