• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এতিয়াৰ পৰা SC আৰু ST প্ৰাৰ্থীয়ে কোনো নিযুক্তি পৰীক্ষাতে দিব নালাগে মাচুল : মুখ্যমন্ত্ৰী

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পিছতে শিক্ষাৰ্থীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া

Nation NE by Nation NE
July 4, 2024
in Top News, BIG BREAKING, অসম
0 0
বাইক চালকৰ বাবে ডাঙৰ ঘোষণা; নথি-পত্ৰ নাথাকিলে দিব নালাগে জৰিমনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত বানপানী আৰু গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰি থকাৰ মাজতে জনসাধাৰণৰ বাবে আহিছে এটা ভাল খবৰ। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকলৰ সুবিধাৰ্থে ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এটা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা SC আৰু ST প্ৰাৰ্থীয়ে কোনো নিযুক্তি পৰীক্ষাত দিব নালাগে মাচুল।

আনকি APSC পৰীক্ষাত আবেদন কৰিবলৈও SC আৰু ST প্ৰাৰ্থী সকলে মাচুল পৰিশোধ কৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে বিধানসভাত আইন অনা হ’ব বুলি ইতিমধ্যেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে কেবিনেট বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেলত এই গুৰুত্বপূৰ্ণ কথা সদৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ড০ শৰ্মাৰ এই ঘোষণাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। কেবিনেটৰ এই সিদ্ধান্তত একাংশ শিক্ষাৰ্থী আৰু যুৱক-যুৱতী উৎসাহিত হৈ পৰিছে যদিও বহু লোকে ইয়াৰ বিৰোধিতা কৰিছে। নিযুক্তিৰ ক্ষেত্ৰত সকলোৰে মাচুল একে হ’ব লাগে বুলিও মত পোষণ কৰিছে বহু সচেতন লোকে।

Tags: #Assam#HimantaBiswaSarma#SC#ST

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025