Monday, July 21, 2025
30 °c
Guwahati
31 ° Tue
32 ° Wed
Language -
অসমীয়া
  • English

ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷ যোৰহাটৰ সাংসদ...

Read more

ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ অৱসান; মুখ্যমন্ত্ৰীক ধন্যবাদ পশ্চিম গুৱাহাটী ৰাইজৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ভৰলুমুখৰ উৰণ সেতু নিৰ্মাণ কাৰ্যক লৈ চলা বিতৰ্কৰ অৱসান ঘটাৰ বাবে পশ্চিম গুৱাহাটীৰ সচেতন...

Read more

বিলাসীপাৰাত ভয়ংকৰ গুলীচালনা; বাইকত অহা দুৰ্বৃত্তৰ গুলীত আহত তিনিজন

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৰাণীগঞ্জ বজাৰৰ ভাৰতীয় ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত অচিনাক্ত দুৰ্বৃত্তই ধাৰাসাৰ...

Read more

খক! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্টবল স্বপন দাস

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী শাখাৰ জালত পৰিল শ্ৰীভূমি জিলাৰ সদৰ থানাৰ এগৰাকী আৰক্ষী কনিষ্টবল। ৪ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে মুখ্যমন্ত্ৰীৰ...

Read more

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

মেষ- কৰ্মত উন্নতি। শৰীৰ কিছু দুৰ্বল অনুভৱ কৰিব৷ আজিৰ দিনটোত আপোনাৰ সুনাম বৃদ্ধি পাব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-বগা বৃষ-...

Read more

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিছে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। ২০২৫ৰ  ফেব্ৰুৱাৰী মাহৰ ১৫ৰ পৰা ৩ মাৰ্চলৈ...

Read more

টেলেণ্ট হাণ্টত চমকপদ প্ৰদৰ্শন নলবাৰীৰ প্ৰিয়াঞ্চীৰ, গৌৰৱান্বিত নলবাৰীবাসী

ৰিলায়েঞ্চ ট্ৰেণ্ডচৰ উদ্য্যোগত অনুস্হিত হোৱা ট্ৰেণ্ডচ টেলেণ্ট হাণ্ট প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিলে নলবাৰীৰ প্ৰিয়াঞ্চী বৰ্মনে। বৰ্তমান...

Read more

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মেষ- সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। বগা চন্দন দান কৰক। শুভ...

Read more

গৌৰৱ গগৈক কাগজৰ বাঘ আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পাছতে সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছে এক...

Read more
Page 54 of 94 1 53 54 55 94

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist