• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টেলেণ্ট হাণ্টত চমকপদ প্ৰদৰ্শন নলবাৰীৰ প্ৰিয়াঞ্চীৰ, গৌৰৱান্বিত নলবাৰীবাসী

Nation NE by Nation NE
November 25, 2024
in Top News, অসম
0 0
১ মাহ ২২ দিনৰ পাছত ইৰাণৰ উচ্চতম নেতাৰ ভাষণ, পোৱা যাব সকলো প্ৰশ্নৰ উত্তৰ
Share on FacebookShare on TwitterWhatsApp

ৰিলায়েঞ্চ ট্ৰেণ্ডচৰ উদ্য্যোগত অনুস্হিত হোৱা ট্ৰেণ্ডচ টেলেণ্ট হাণ্ট প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিলে নলবাৰীৰ প্ৰিয়াঞ্চী বৰ্মনে। বৰ্তমান প্ৰিয়াঞ্চী বৰ্মনক লৈ নলবাৰী জিলাৰ সকলো ৰাইজ গৌৰৱান্বিত।

নলবাৰী জিলাৰ বিষ্টুপুৰ গাঁওৰ অনিৰাম বৰ্মনৰ নাতি তথা হৰিচন্দ্ৰ বৰ্মন আৰু গীতালী বৰ্মনৰ কন্যা প্ৰিয়াঞ্চী বৰ্মনে ৰিলায়েঞ্চ ট্ৰেণ্ডচ কোম্পানীৰ উদ্যোগত অনুষ্ঠিত হোৱা চিজন ৩ প্ৰতিযোগিতাত TOP 10ৰ ভিতৰত শীৰ্ষ স্হান দখল কৰি ৰাজ্যখনৰ লগতে গৌৰৱান্বিত কৰিলে সমগ্ৰ নলবাৰীবাসীক।

উল্লেখ্য যে, প্ৰিয়াঞ্চী বৰ্মনৰ পিতৃয়ে গুৱাহাটীৰ বৰাগাঁৱৰ এটি ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী হোৱা হেতুকে প্ৰিয়াঞ্চীয়ে গুৱাহাটীৰত থাকিয়েই কেইবাগৰাকী সংগীতৰ শিক্ষাগুৰুৰ ওচৰত সংগীতৰ সাধনা কৰি আছে। সৰুৰে পৰা সংগীতৰ প্ৰতি ধাউতি থকা প্ৰিয়াঞ্চী বৰ্মনৰ সপোন পুৰাবলৈ মধ্যবিত্ত পৰিয়ালটোৱে ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে।

অলপতে ৰাজ্যত অনুষ্ঠিত এক ট্ৰেণ্ডচ টেলেণ্ট হাণ্টৰ চুড়ান্ত প্ৰতিযোগিতাত শীৰ্ষৰ দহৰ ভিতৰত প্ৰথম স্হান দখল কৰিবলৈ সক্ষম হয় প্ৰিয়াঞ্চী বৰ্মনে। এই প্ৰতিযোগীতাত শীৰ্ষস্থান দখল কৰাত সমগ্ৰ গাওঁবাসীৰ লগতে গৌৰৱাম্বিত তেওঁৰ পিতৃ-মাতৃ।

নৱমশ্ৰেণীত অধ্যয়নৰত ১৪বছৰীয়া কণ্ঠশিল্পী গৰাকীৰ যাদুকৰি কণ্ঠই মুগ্ধ কৰিছে সকলোকে। বৰগীত, আধুনিক গী,ত ৰাভা-জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আনকি হিন্দী গীততো আছে তেওঁৰ দখল।

ভৱিষ্যতেও এগৰাকী সফল কণ্ঠশিল্পী হোৱাৰ মন তেওঁৰ। নৱমশ্ৰেণীৰ এই ছাত্ৰীগৰাকীৰ ভৱিষ্যতে আই এ এচ বিষয়া হোৱাৰ মন।

Tags: #AssamNalbariTalent hunt

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025