• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

Nation NE by Nation NE
November 27, 2024
in Top News, অসম
0 0
ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷ যোৰহাটৰ সাংসদ গৰাকীয়ে অসমৰ আদিবাসী/চাহ জনজাতি, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই জনগোষ্ঠী ছয়টাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো পুনৰবাৰ লিখিতভাৱে দাখিল কৰিছে।

এই ছয়টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ বৈশিষ্ট্যৰ অধিকাৰী হোৱাৰ লগতে আৰু কেইবা দশক ধৰি আৰ্থ-সামাজিকভাৱে পিছপৰি ৰোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বুলি সদৰি কৰিছে।

ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো অসমত বিজেপি দলৰ অন্যতম নিৰ্বাচনী ইচ্ছ্যু হৈ আহিছে ৷ উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰীত ৰাজ্যসভাত সংবিধান (অনুসূচিত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০১৯ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য আছিল অসমৰ অনুসূচিত জনজাতিৰ তালিকা সংশোধন কৰা, বিশেষভাৱে ছয় জনগোষ্ঠীয় জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা। সংসদত বিধেয়কখন গৃহীত হ’লে অসমৰ পৰা ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ পথ প্ৰশস্ত হ’ব। ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগেও(NCST) ছয় জনগোষ্ঠীৰ অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে।

সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে, “এই গুৰুত্বপূৰ্ণ আইন প্ৰণয়নত পলম হোৱাৰ ফলত এই প্ৰান্তীয় জনগোষ্ঠীসমূহৰ ওপৰত গভীৰ আৰু নেতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ ফলত এওঁলোকে আৰ্থ-সামাজিক বৈষম্যৰ সন্মুখীন হৈ আহিছে আৰু পৰ্যাপ্ত প্ৰতিনিধিত্ব লাভ কৰাৰ পৰা বঞ্চিত হৈছে। অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিলে ছয় জনগোষ্ঠীয়ে বহু প্ৰয়োজনীয় সাংবিধানিক সুৰক্ষা, সঁহাৰিমূলক ব্যৱস্থা, চৰকাৰী আঁচনি আৰু সম্পদৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।’

সেয়ে সাংসদ গৰাকীয়ে এই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ আইনগত প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ চৰকাৰক টানি অনুৰোধ জনাই কয় যে বিধেয়কখন গৃহীত কৰাত লেহেমীয়া প্ৰক্ৰিয়া অব্যাহত থাকিলে ছয় জনগোষ্ঠীৰ দুখ দুৰ্দশাও অন্ত নপৰিব আৰু Shashwat বাবে আইন অনুযায়ী প্ৰত্যাশা পূৰণৰ বাবে বিধেয়কখন গৃহীত কৰাটোৱেই হ’ব চৰকাৰৰ মূল কাম।

Tags: Central GovtGaurav GogoiSixth Schedule

Related Posts

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026

শীৰ্ষ সংবাদ

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025