Thursday, September 11, 2025
29 °c
Guwahati
28 ° Fri
27 ° Sat
Language -
অসমীয়া
  • English

কোন দিশে কটন? সুৰামত্ত কটনিয়ানে প্ৰহাৰ কৰিলে হোষ্টেলৰ সুৰক্ষাকৰ্মীক

কটন বিশ্ববিদ্যালয়ত পুনৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সুৰাপান কৰা দুই ছাত্ৰই প্ৰহাৰ কৰিলে হোষ্টেলৰ সুৰক্ষাকৰ্মীক। সুৰক্ষাকৰ্মীৰ সন্মুখতে সুৰাপান কৰিছিল দুই...

Read more

বুধবাৰে মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব “লৌহমানৱ বিষ্ণুৰাম মেধি”ৰ প্ৰতিমূৰ্ত্তি

বুধবাৰে তীৰ্থনগৰী হাজোত অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড০...

Read more

৮ মাহৰ অন্তঃসত্বা মহিলাৰ ৰহস্যজনক মৃত্যু; স্বামীসহ পৰিয়ালৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ৰাজ্য জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত। লায়লাপুৰ ফেঞ্চনগৰত এগৰাকী অন্তঃসত্বা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে...

Read more

লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ’ব ৫২টা খণ্ডৰ এখন টিভি ধাৰাবাহিক

প্ৰচাৰ ভাৰতীয়ে অসম চৰকাৰৰ সহযোগত আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ সেনাপতি লাচিত বৰফুকনক লৈ নিৰ্মাণ কৰা হ’ব ৫২টা খণ্ডৰ এখন টিভি ধাৰাবাহিক।...

Read more

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে

নলবাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী কলেজীয়া ছাত্ৰীয়ে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি আজি ৰাতিপুৱাৰে পৰা চহৰখনৰ গণেশ মন্দিৰ চ’কত এক উত্তপ্ত...

Read more

দৈনিক ৰাশিফলৰ পৰা জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ- পাৰিবাৰিক দিশত কিছু অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কাম কৰিব লাগিব।...

Read more

উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব অসমৰ মথাউৰিসমূহ : ধুবুৰীত এই মন্তব্য পীযূষ হাজৰিকাৰ

ধুবুৰী জিলাৰ অন্তৰ্গত অসম-পশ্চিমবংগ সীমান্তৱৰ্তী গোলকগঞ্জৰ কইমাৰীত গংগাধৰ নদীয়ে খহনীয়া সৃষ্টি কৰা বহুকেইটা অঞ্চল আৰু মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে...

Read more
Page 93 of 106 1 92 93 94 106

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist