• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বুধবাৰে মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব “লৌহমানৱ বিষ্ণুৰাম মেধি”ৰ প্ৰতিমূৰ্ত্তি

Nation NE by Nation NE
August 13, 2024
in Top News, অসম
0 0
বুধবাৰে মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব “লৌহমানৱ বিষ্ণুৰাম মেধি”ৰ প্ৰতিমূৰ্ত্তি
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে তীৰ্থনগৰী হাজোত অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন, “শিশু কল্যাণ ভৱন”ত প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। বুধবাৰে পুৱা ১০.৩০ বজাত সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।

এই অনুষ্ঠানটোতেই মুখ্যমন্ত্ৰীয়ে “লৌহমানৱ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰিব।

লৌহমানৱ বিষ্ণুৰাম মেধিৰ স্মৃতি আৰু কৰ্মৰাজী সজীৱ কৰি ৰাখিবলৈ “লৌহমানৱ বিষ্ণুৰাম মেধি স্মৃতি সুৰক্ষা সমিতি”, “প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতি”ৰ লগতে হাজোবাসী ৰাইজে অনুষ্ঠানটি সফল কৰিবলৈ স্বতঃস্ফূৰ্ত সহায়ৰ হাত আগবঢ়াইছে।

এই অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰিব আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মা আৰু কল্লোল বৰঠাকুৰে। উক্ত অনুষ্ঠানটিলৈ সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে “লৌহমানৱ বিষ্ণুৰাম মেধি প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতি”য়ে।

ইফালে মূৰ্ত্তি উন্মোচনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চেঁচা দলঙৰ পৰা পাখামেলালৈ মটৰ চাইকেল ৰেলীৰে আদৰি অনাৰ প্ৰস্তুতি চলাইছে হাজো বিজেপিৰ যুৱ মৰ্চাই।

Tags: #AssamChief ministerHajo

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026
নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…
Top News

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

May 8, 2026
কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম
Top News

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

May 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 8, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025