• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮ মাহৰ অন্তঃসত্বা মহিলাৰ ৰহস্যজনক মৃত্যু; স্বামীসহ পৰিয়ালৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

Nation NE by Nation NE
August 13, 2024
in Top News, অসম, মিজোৰাম
0 0
৮ মাহৰ অন্তঃসত্বা মহিলাৰ ৰহস্যজনক মৃত্যু;  স্বামীসহ পৰিয়ালৰ বিৰুদ্ধে সন্দেহৰ আঙুলি
Share on FacebookShare on TwitterWhatsApp

ৰাজ্য জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত। লায়লাপুৰ ফেঞ্চনগৰত এগৰাকী অন্তঃসত্বা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বহুকেইটা প্ৰশ্নৰ।

মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ অভিযোগ অনুসৰি, স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰিছে মহিলাগৰাকীক। ইতিমধ্যে, ঘটনা সন্দৰ্ভত লায়লাপুৰ আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ।

জানিব পৰা মতে, মিনাৰা বেগম নামৰ মহিলাগৰাকীক স্বামীৰ লগতে পৰিয়ালৰ ৬ জন সদস্যই যৌতুকৰ বাবে নিৰ্যাতন চলাই আহিছে। প্ৰায় এবছৰ পূৰ্বে ফ্ৰেঞ্চনগৰৰ ৰিয়াজুল আলীৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল মিনাৰা বেগমৰ। বিবাহৰ পিছৰে পৰাই স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে নিৰ্যাতন চলাই আহিছে মিনাৰাক।

উল্লেখ্য যে, শুকুৰবাৰে শহুৰেকৰ ঘৰত মিনাৰা বেগম নামৰ মহিলাগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। খবৰ পাই পিতৃ পৰিয়ালৰ লোকসকল উপস্থিত হোৱাত স্বামীৰ পৰিয়ালৰ লোকে মিনাৰাই আত্মহত্যা কৰিছে বুলি দাবী কৰে।

পিছে এই কথা মানি ল’ব পৰা নাই মিনাৰাৰ পিতৃ পৰিয়ালৰ লোকসকলে। তেওঁলোকে মিনাৰাক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰি খৱৰ দিয়ে আৰক্ষীক৷ আৰক্ষীক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইপিনে মৃত বোৱাৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ১ বছৰ পূৰ্বে মিনাৰা বেগমৰ বিবাহ হৈছিল লায়লাপুৰ ফ্ৰেঞ্চনগৰৰ ৰিয়াজুল আলীৰ লগত। বৰ্তমান বোৱাৰী গৰাকী আছিল ৮ মাহৰ অন্তঃসত্ত্বা।

বিবাহৰ পিছৰে পৰা মিনাৰা বেগমক স্বামী ৰিয়াজুল সহ শহুৰেকৰ ঘৰৰ লোকসকলে যৌতুকৰ বাবে শাৰীৰিক-মানষিক নিৰ্যাতন চলাই আহিছিল।

এই বিষয়ক লৈ পূৰ্বেও বহু বিচাৰসভা অনুষ্ঠিত হৈছিল গাঁৱত। বৰ্তমান হত্যাৰ অভিযোগ তুলি স্বামী ৰিয়াজুল আলী সহ ছয়জনৰ বিৰুদ্ধে মৃত বোৱাৰী গৰাকীৰ মাতৃয়ে লায়লাপুৰ আৰক্ষী চকীত ৰুজু কৰিছে এক গোচৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

Tags: #Assam#MizoramSilchar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025