Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Language -
অসমীয়া
  • English

ৰাজনীতি

কংগ্ৰেছত যোগদানৰ পিছতেই টিকট লাভ কৰিলে বিনেশ ফ’গাটে

পেৰিছ অলিম্পকত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো পদকৰ পৰা বঞ্চিত হোৱা মল্লযুঁজাৰু বিনেশ ফ'গাটে এইবাৰ নামিব ৰাজনীতিৰ পথাৰত। হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা...

Read moreDetails

বিজেপিত যোগ দিলে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই; পত্নীয়ে শ্বেয়াৰ কৰিলে ফটো

ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই বিজেপি দলত যোগদান কৰে। ক্ৰিকেট বিশ্বত বিশেষভাৱে দুৰ্দান্ত ফিল্ডিঙৰ বাবে পৰিচিত জাদেজাই গ্ৰহণ...

Read moreDetails

ভংগ হ’ব ভাৰত-বাংলাদেশৰ চুক্তি! চুক্তি ভংগ কৰিলে হাতৰ কুঠাৰ ভৰিত মাৰিব নেকি বাংলাদেশে ?

মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে শেহতীয়াকৈ স্বাক্ষৰিত বুজাবুজি চুক্তি পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। নবেল বঁটা বিজয়ী মুহম্মদ...

Read moreDetails

‘মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বিধেয়ক ২০২৪’; A to Z বিশ্লেষণ

২৯ আগষ্টত অসম বিধানসভা গৃহীত হ'ল মুছলিম বিবাহ বিধেয়ক। এই বিধেয়কৰ সম্পূৰ্ণ নাম হৈছে 'মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বিধেয়ক...

Read moreDetails

সাপ-নেউলৰ মিত্ৰতা! দুই দেশে মিলি ভাৰতৰ বিৰুদ্ধে ৰচিছে ৰণকৌশল

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছতে বাংলাদেশৰ ৰাজনৈতিক স্থিৰতাই ভাৰতক প্ৰভাৱিত কৰিছে। বাংলাদেশৰ ৰাজনৈতিক স্থিৰতাৰ সুযোগ লৈছে চিৰবৈৰী পাকিস্তানে পাকিস্তানে...

Read moreDetails

BJP-ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; ৪৪ নহয় এইবাৰ ১৫ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে সংশোধিত প্ৰাৰ্থীৰ তালিকা। জম্মু-কাশ্মীৰত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ এইখন প্ৰথম...

Read moreDetails

ধলাই সমষ্টিত কোন হ’ব বিজেপিৰ প্ৰাৰ্থী; এইজন নেতাক দায়িত্ব দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মেঘালয়ৰ পাহাৰত নিৰ্মিত ইউ এছ টি এমৰ বাবে গুৱাহাটী মহানগৰত অভাৱনীয় বান পৰিস্থিতি উদ্ভৱ হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব...

Read moreDetails

কোনে মাৰিব শেষ হাঁহি? অ’পিনিয়ন প’ল অনুসৰি হাৰিয়ানাত কোন দলে কিমান পাব আসন

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক দলসমূহে যুদ্ধ গতিত আৰম্ভ কৰিছে প্ৰস্তুতি। দলসমূহে নিৰ্বাচনী ৰণ জিনাৰ বাবে...

Read moreDetails

নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে বৃহস্পতিবাৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা কৰিছে।...

Read moreDetails

কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন? সংবাদ মাধ্যমক জনালে মন্ত্ৰী ৰঞ্জিত দাসে

ডিচেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। আজি শিলচৰত উপস্থিত হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই ঘোষণা...

Read moreDetails
Page 11 of 14 1 10 11 12 14

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist