Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Language -
অসমীয়া
  • English

চাকৰিৰ বজাৰ পতা ৰাকেশ পাল পুনৰ যাব লাগিব জে’ললৈ; ৩৩ জনক দোষী সাব্যস্ত আদালতৰ

বহু চৰ্চিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে আদালতে। আদালতৰ ৰায়ত ৰাকেশ পালসহ ৩২ জন অভিযুক্তক দোষী সাব্যস্ত কৰা...

Read moreDetails

দেশৰ পূৰ্ণাংগ বাজেটঃ আজি সংসদত বাজেটৰ নথি-পত্ৰ উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে

বাজেট দাখিলৰ এদিন পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পূৰ্ব-বাজেট নথি-পত্ৰ উপস্থাপন কৰিবলৈ সাজু হৈছে। এই অৰ্থনৈতিক সমীক্ষা লোকসভাত ১ বজাত...

Read moreDetails

শিক্ষাক্ষেত্ৰত হ’ব পৰিৱৰ্তন; বিভাগে প্ৰদান কৰা পেন নম্বৰ হ’ব শিক্ষাৰ্থীৰ পৰিচয়পত্ৰ

ৰাজ্যৰ শিক্ষাক্ষেত্ৰত হ’ব পৰিৱৰ্তন। কিয়নো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে প্ৰণয়ন কৰিব নতুন ব্যৱস্থা। শিক্ষাৰ্থীৰ গুণগত মানদণ্ড নিৰ্ধাৰণ কৰিবৰ বাবে...

Read moreDetails

অনলাইনত উপলব্ধ হ’ল গংগাজল; ঘৰত বহিয়ে শিৱক অভিষেক কৰিব পাৰিব গংগাজল

অনলাইনত উপলব্ধ হ’ল গংগাজল। এতিয়াৰে পৰা আপুনি অনলাইন বা ডাকঘৰযোগে ক্ৰয় কৰিব পাৰিব গংগাজল। শাওন মাহ পৰাৰ লগে লগে ভক্তসকলে...

Read moreDetails

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!

২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটক লৈ প্ৰতিজন লোকৰ মাজত নিজা-নিজা প্ৰত্যাশা...

Read moreDetails

চাৰিবাৰকৈ প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ সেৱা লাভ নকৰা এজন মেধাৱী ছাত্ৰৰ প্ৰেৰণাদায়ক কাহিনী

এবাৰ-দুবাৰ নহয়, চাৰিবাৰকৈ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈয়ো আজিলৈকে কোনো ধৰণৰ সেৱাত নিযুক্তি নোপোৱা এজন মেধাবী ছাত্ৰৰ কাহিনীয়ে...

Read moreDetails

‘মাচুল ৰেহাই দিব নে আপোনাৰ ভিডিঅ’ ভাইৰেল কৰিম…’, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই অধ্যক্ষলৈ লিখা দৰ্খাস্ত ভাইৰেল

বিদ্যালয়ত থাকোতে প্ৰতিজন শিক্ষাৰ্থীয়ে হয়তো প্ৰধান শিক্ষকলৈ দৰ্খাস্ত বা আবেদনপত্ৰ লিখি পাইছে। দৰ্খাস্ত লিখাৰ বাবে হয়তো বহুতে প্ৰধান শিক্ষক নাইবা...

Read moreDetails

মাইক্ৰ’ছফ্টৰ অচলাৱস্থাৰ বাবে ৫৩০০ কোটি টকাৰ লোকচান ইণ্ডিগোৰ

মাইক্ৰ’ছফ্টৰ অচলাৱস্থাৰ প্ৰভাৱ কেৱল আমেৰিকাতেই নহয়, বিশ্বৰ সকলো দেশতে দেখা দিছিল। ইয়াৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছিল এয়াৰলাইন্স কোম্পানীত। কালিৰ দিনটোত...

Read moreDetails

অগ্নিগৰ্ভা বাংলাদেশ : নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি, নিহত ১০৫ জন

অধিক ভয়াবহ হৈছে বাংলাদেশৰ পৰিস্থিতি। সংৰক্ষণ ব্যৱস্থাক লৈ বাংলাদেশৰ শিক্ষাৰ্থী সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ। তীব্ৰ প্ৰতিবাদৰ ফলত বৰ্তমানলৈ বাংলাদেশত ১০৫...

Read moreDetails
Page 516 of 526 1 515 516 517 526

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist