• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

এলৰ্বাট আইনষ্টাইনৰ আছিল ৫টা বিশেষ অভ্যাস… ইয়াৰে এটা অভ্যাস আছিল অতি আমোদজনক

Nation NE by Nation NE
August 14, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
এলৰ্বাট আইনষ্টাইনৰ আছিল ৫টা বিশেষ অভ্যাস… ইয়াৰে এটা অভ্যাস আছিল অতি আমোদজনক
Share on FacebookShare on TwitterWhatsApp

পদাৰ্থ বিজ্ঞানী আইনষ্টাইনৰ বিষয়ে নজনা ব্যক্তি অতি কম যদিও বহুতে নাজানে বিজ্ঞানী গৰাকীয়ে এৰিব নোৱাৰা ৫টাকৈ বিশেষ অভ্যাস। বিশ্বৰ অন্য মহান বিজ্ঞানী সকলৰ দৰে আইনষ্টাইনো এজন অদ্ভুত স্বভাৱৰ ব্যক্তি আছিল।

উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা মহান বিজ্ঞানী গৰাকীয়ে আপেক্ষিকতাবাদ তত্ত্ব আৰু আধুনিক পদাৰ্থ বিজ্ঞানৰ আবিষ্কাৰক বুলি গণ্য কৰে সকলোৱে। তাত্ত্বিক পদাৰ্থবিদ্যালৈ আগবঢ়োৱা অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয়।

এনে এজন মহান ব্যক্তিৰ ৫টা এৰিব নোৱাৰা অভ্যাসৰ ভিতৰত এটা আছিল অতি বিপদজনক অভ্যাস। তেওঁ কি কি অভ্যাস এৰিব পৰা নাছিল সেই বিষয়ে জানো আহক…….

জানিব পৰা মতে বিজ্ঞানী গৰাকীয়ে টোপনি যোৱাৰ অভ্যাস আছিল সাধাৰণ লোকৰ তুলনাত কিছু পৃথক। বিছনাৰ পৰিৱৰ্তে হাতত চামুচ লৈ আৰ্মচেয়াৰত শুইছিল, তাৰ তলত ধাতুৰ প্লেট এখন ৰখা হৈছিল। কাৰণ টোপনি যোৱাৰ লগে লগে চামুচখন হাতৰ পৰা সৰি প্লেটত খুন্দা মৰাৰ শব্দৰ ফলত যেন সাৰ পায়, যাৰ বাবে এনে পদ্ধতি অৱলম্বন কৰিছিল আইনষ্টাইনে।

আইনষ্টাইনে খোজ কাঢ়ি ভাল পাইছিল। যাৰ বাবে আইনষ্টাইনে দৈনিক খোজ কঢ়াৰ অভ্যাস আছিল। প্ৰিন্সটন বিশ্ববিদ্যালয়ত কাম কৰি থাকোতে তেওঁ ডেৰ মাইল খোজ কাঢ়িছিল আৰু তাৰ পিছত উভতি আহিছিল।

যিকোনো ধৰণৰ ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু আইনষ্টাইনে সেৱন কৰিছিল ধপাত। বহু সময়ত ৰাস্তাত পৰি থকা চিগাৰেটৰ টুকুৰাবোৰ তুলি লৈ বাকী থকা ধঁপাতবোৰ পাইপত ভৰাই পিছলৈ এই ধপাত সেৱন কৰিছিল।

আইনষ্টাইনে মোজা পৰিধান কৰা নাছিল। মোজা পিন্ধাটো অতি কষ্টকৰ অনুভৱ কৰে মহান বিজ্ঞানী গৰাকীয়ে। দ্বিতীয় পত্নী এলছালৈ লিখা এখন চিঠিত পোহৰলৈ আহে এই বিষয়ে আৰু চিঠিখনত লিখা আছিল ‘মই আৱিষ্কাৰ কৰিলোঁ যে ভৰিৰ ডাঙৰ আঙুলিটোৱে সদায় মোজা ফুটা কৰি দিয়ে। গতিকে মোজা পিন্ধা বন্ধ কৰি দিলোঁ।

আইনষ্টাইনে বাৰু কি খাই ভাল পাইছিল ? এনে এজন মহান বিজ্ঞানীয়ে এই সন্দৰ্ভত এবাৰ তেওঁ ধেমালিতে কৈছিল যে তেওঁ স্পাঘেটি (পাস্তা) ভাল পায়।

Tags: Albert EinsteinPhysicistScientistsTheory of Relativity

Related Posts

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল
Top News

January 25, 2026
কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ
Top News

আতংকত জৰ্জৰ বাংলাদেশ! নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছক ‘দেশৰ শত্ৰু’ আখ্যা শ্বেখ হাছিনাৰ

January 24, 2026
ইৰাণৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাৰ জয় নিশ্চিত! সামৰিক আৰু অস্ত্ৰৰ চোৰাংচোৱা তথ্য লাভ ট্ৰাম্পৰ…
Top News

‘আক্ৰমণ কৰিলেই গ্ৰহণ কৰা হ’ব কঠোৰ স্থিতি’, আমেৰিকালৈ কঠোৰ সতৰ্কবাণী ইৰাণৰ

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025