• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home আন্তঃ ৰাষ্ট্ৰীয়

      আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ওপৰত আক্ৰমণ

      Nation NE by Nation NE
      July 14, 2024
      in আন্তঃ ৰাষ্ট্ৰীয়, ৰাজনীতি
      0 0
      আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ওপৰত আক্ৰমণ
      Share on FacebookShare on TwitterWhatsApp

      আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হয় গুলীচালনা।

      আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত  গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাটোৰ পাছত, ট্ৰাম্পক তৎক্ষণাৎ আমেৰিকাৰ গোপন সেৱাৰ এজেণ্টসকলে মঞ্চৰ পৰা আঁতৰাই নিয়ে। খবৰ অনুসৰি, বাটলাৰ কাউণ্টি ডিএ য়ে কয় যে,  পেনচিলভেনিয়াত ট্ৰাম্পৰ ৰেলীত গুলীচালনা কৰাৰ পিছত শ্বুটাৰ জনক গুলীয়াই হত্য়া কৰা হয়।

      ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত ট্ৰাম্পৰ কাণৰ পৰা ৰক্তক্ষৰণ হোৱা দেখা গৈছে। ঘটনাটোৰ পাছত, এক বিবৃতিত ট্ৰাম্পৰ মুখপাত্ৰই কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী বৰ্তমান সুৰক্ষিত অৱস্থাত আছে। মুখপাত্ৰ ষ্টিভেন চেউঙে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে এই শ্বুটিঙৰ সময়ত চেউঙৰ দ্ৰুত পদক্ষেপৰ বাবে তেওঁক ধন্যবাদ জনায়। চিএনএৰ বাতৰি অনুসৰি ৰেলীত গুলীচালনাৰ পাছত কমেও এজন ব্য়ক্তি আৰু বন্দুকধাৰী নিহত হয়।

      ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে টুইট কৰি কয় যে পেনচিলভেনিয়াত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত হোৱা গুলীচালনাৰ বিষয়ে তেওঁক অৱগত কৰা হৈছে। তেওঁ ট্ৰাম্পৰ লগতে তাত উপস্থিত থকা সকলোৰে বাবে প্ৰাৰ্থনা কৰে। বাইডেনে কয় যে, আমেৰিকাত এনেধৰণৰ হিংসাৰ বাবে কোনো স্থান নাই।

      আকৌ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই এই ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।

      ট্ৰাম্পৰ জেষ্ঠ্যপুত্ৰ  ড’নাল্ড ট্ৰাম্প জুনিয়ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ সন্মুখত থিয় হৈ আৰু তেজেৰে মুখখন আৱৰি থকা এখন ফটো পোষ্ট কৰে। পোষ্টটোত, তেওঁ লিখে যে আমেৰিকাক বচাবলৈ তেওঁ কেতিয়াও যুঁজ বন্ধ নকৰে। পেনচিলভেনিয়াৰ গভৰ্ণৰ জছ শ্বাপিৰোৱে কয় যে, যিকোনো ৰাজনৈতিক দল বা নেতাক লক্ষ্য় কৰি কৰা হিংসা সম্পূৰ্ণৰূপেই গ্ৰহণযোগ্য নহয়।

      Tags: AmericaPresidentTrump

      Related Posts

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      ভাৰতৰ বন্ধুৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ; এখন চিঠিৰ জৰিয়তে বিশেষ অনুৰোধ শ্বাহবাজ শ্বৰীফৰ

      June 5, 2025
      ভাৰত-পাকৰ উত্তেজনাৰ মাজতে পাৰমাণৱিক বেলিষ্টিক মিছাইল প্ৰদৰ্শন এই দেশৰ

      ১৩০০ কোটি টকাৰ জালিয়াতিৰে আমেৰিকা আৰক্ষীৰ জালত অসম সন্তান

      শীৰ্ষ সংবাদ

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist