• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ওপৰত আক্ৰমণ

Nation NE by Nation NE
July 14, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, ৰাজনীতি
0 0
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ওপৰত আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হয় গুলীচালনা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত  গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাটোৰ পাছত, ট্ৰাম্পক তৎক্ষণাৎ আমেৰিকাৰ গোপন সেৱাৰ এজেণ্টসকলে মঞ্চৰ পৰা আঁতৰাই নিয়ে। খবৰ অনুসৰি, বাটলাৰ কাউণ্টি ডিএ য়ে কয় যে,  পেনচিলভেনিয়াত ট্ৰাম্পৰ ৰেলীত গুলীচালনা কৰাৰ পিছত শ্বুটাৰ জনক গুলীয়াই হত্য়া কৰা হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত ট্ৰাম্পৰ কাণৰ পৰা ৰক্তক্ষৰণ হোৱা দেখা গৈছে। ঘটনাটোৰ পাছত, এক বিবৃতিত ট্ৰাম্পৰ মুখপাত্ৰই কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী বৰ্তমান সুৰক্ষিত অৱস্থাত আছে। মুখপাত্ৰ ষ্টিভেন চেউঙে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে এই শ্বুটিঙৰ সময়ত চেউঙৰ দ্ৰুত পদক্ষেপৰ বাবে তেওঁক ধন্যবাদ জনায়। চিএনএৰ বাতৰি অনুসৰি ৰেলীত গুলীচালনাৰ পাছত কমেও এজন ব্য়ক্তি আৰু বন্দুকধাৰী নিহত হয়।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে টুইট কৰি কয় যে পেনচিলভেনিয়াত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত হোৱা গুলীচালনাৰ বিষয়ে তেওঁক অৱগত কৰা হৈছে। তেওঁ ট্ৰাম্পৰ লগতে তাত উপস্থিত থকা সকলোৰে বাবে প্ৰাৰ্থনা কৰে। বাইডেনে কয় যে, আমেৰিকাত এনেধৰণৰ হিংসাৰ বাবে কোনো স্থান নাই।

আকৌ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই এই ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।

ট্ৰাম্পৰ জেষ্ঠ্যপুত্ৰ  ড’নাল্ড ট্ৰাম্প জুনিয়ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ সন্মুখত থিয় হৈ আৰু তেজেৰে মুখখন আৱৰি থকা এখন ফটো পোষ্ট কৰে। পোষ্টটোত, তেওঁ লিখে যে আমেৰিকাক বচাবলৈ তেওঁ কেতিয়াও যুঁজ বন্ধ নকৰে। পেনচিলভেনিয়াৰ গভৰ্ণৰ জছ শ্বাপিৰোৱে কয় যে, যিকোনো ৰাজনৈতিক দল বা নেতাক লক্ষ্য় কৰি কৰা হিংসা সম্পূৰ্ণৰূপেই গ্ৰহণযোগ্য নহয়।

Tags: AmericaPresidentTrump

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025