• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

নৱম শ্ৰেণীৰ ছাত্ৰই প্ৰেমিকাক আইফোন উপহাৰ দিবলৈ বিক্ৰী কৰিলে মাকৰ সোণৰ গহণা

Nation NE by Nation NE
August 8, 2024
in ৰাষ্ট্ৰীয়
0 0
নৱম শ্ৰেণীৰ ছাত্ৰই প্ৰেমিকাক আইফোন উপহাৰ দিবলৈ বিক্ৰী কৰিলে মাকৰ সোণৰ গহণা
Share on FacebookShare on TwitterWhatsApp

দেশৰ ৰাজধানী নতুন দিল্লীৰ দ্বাৰকা জিলা আৰক্ষীয়ে চুৰি গহনাসহ এজন নাবালক আৰু এজন গহনা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। প্ৰেমিকাক উপহাৰ দি আপ্লুত কৰিবলৈ নাবালকজনে নিজৰ ঘৰৰ পৰাই চুৰি কৰিছিল গহনাসমূহ।

ডিচিপি অংকিত সিঙৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ২ আগষ্টত নাজফগড় অঞ্চলৰ এটা ঘৰত চুৰি কাণ্ড সংঘটিত হৈছিল আৰু ৩ আগষ্টত আৰক্ষী চকীত এজাহাৰ দিয়া হৈছিল। এই এজাহাৰৰ ভিত্তিতেই তদন্ত আৰম্ভ কৰা হয় আৰক্ষীৰ দ্বাৰা, তাৰ পিছত এণ্টি বাৰ্গলেৰী চেলে ঘটনাস্থল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সকলো চিচি টিভি ফুটেজ পৰীক্ষা কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে কোনো বাহিৰৰ লোকৰ আগমনৰ কোনো তথ্য নোপোৱাত তেওঁলোকে পৰিয়ালৰ লোকৰ ওপৰত জেৰা আৰম্ভ কৰে। চুৰিকাণ্ডৰ দিনৰে  পৰাই সন্ধানহীন আছিল উক্ত নাবালকজন।

ইয়াৰ পিছত আৰক্ষীয়ে তেওঁৰ স্কুলীয়া বন্ধুসকলকো জেৰা কৰি গম পায় যে তেওঁ শেহতীয়াকৈ ৫০ হাজাৰ টকাৰে এটা ফোন ক্ৰয় কৰিছে। আৰক্ষীয়ে ঘটনাৰ পম খেদি শেহতীয়া তথ্য লাভ কৰে যে ছাত্ৰজন প্ৰেয়সীৰ ঘৰলৈ আহিবলৈ ওলাইছে  আৰু তেতিয়াই আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰে নাবালকজনক আৰু লগতে উদ্ধাৰ কৰে ফোনটো।

প্ৰথম অৱস্থাত ছাত্ৰজনে এই ঘটনাটো অস্বীকাৰ কৰিছিল যদিও আৰক্ষীৰ মাৰাথান জেৰাত সদৰি কৰে সকলো কথা। নাবালকজনে ঘৰৰ পৰা চুৰি হোৱা সোণৰ চেইন, আঙঠি আৰু কাণফুলিখিনি তেওঁৰ এজন বন্ধুৰ সহায়ত এখন জুৱেলাৰীত বিক্ৰী কৰা বুলি জনায়।

মতি নগৰ অঞ্চলৰ সুদৰ্শন পাৰ্কৰ বাসিন্দা কমল বাৰ্মা আছিল জুৱেলাৰী গৰাকীৰ স্বতাধিকাৰী। ইয়াৰ পিছত আৰক্ষীয়ে সেই জুৱেলাৰীজনকো গ্ৰেপ্তাৰ কৰে। ল’ৰাজনে সদৰি কৰে যে তেওঁ নৱম শ্ৰেণীত পঢ়ে আৰু একেটা শ্ৰেণীতে পঢ়া ছোৱালী এজনী তেওঁৰ প্ৰেমিকা। প্ৰেমিকাক আপ্লুত কৰিবলৈ দামী দামী উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছিল। মাকৰ পৰাও ল’ৰাজনে টকা বিচাৰিছিল যদিও মাকে অগ্ৰাহ্য কৰাৰ বাবেই নাবালকজনে সংঘটিত কৰে এই চুৰিকাণ্ড। লগতে নাবালকজনে এই কথাও অৱগত কৰে যে তেওঁৰ দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ পঢ়া-শুনাৰ প্ৰতি কোনো আগ্ৰহ নাই।

Tags: #DelhiGoldiPhoneStudent

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025