• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

অসুস্থ হৈ পৰিছে অনশনত বহা জলমন্ত্ৰী আতিশী মাৰ্লেনা

পঞ্চম দিনত ভৰি দিলে আতিশীৰ অনশনে

Nation NE by Nation NE
June 25, 2024
in ৰাষ্ট্ৰীয়
0 0
অসুস্থ হৈ পৰিছে অনশনত বহা জলমন্ত্ৰী আতিশী মাৰ্লেনা

জলমন্ত্ৰী আতিশী মাৰ্লেনা

Share on FacebookShare on TwitterWhatsApp

অনশনত বহি অসুস্থ হৈ পৰিছে দিল্লী আপ চৰকাৰৰ জলমন্ত্ৰী আতিশী মাৰ্লেনা। ধাৰাবাহিক অনশন অব্যাহত ৰাখিছিল আতিশী মাৰ্লেনাই। নিশা হঠাৎ অসুস্থ হৈ পৰে আতিশী মাৰ্লেনা। লগে লগে চিকিৎসাৰ বাবে দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় মন্ত্ৰীগৰাকীক। আপৰ নেতাসকলে নিশায়ে LNJP হাস্পতালত ভৰ্তি কৰোৱায় মন্ত্ৰীগৰাকীক। দিল্লীৰ জলসংকটৰ বাবে ২১ জুনৰ পৰা অনশন অব্যাহত ৰাখিছে আতিশী মাৰ্লেনাই। যেতিয়ালৈকে দিল্লীবাসীয়ে খোৱাপানী লাভ নকৰে তেতিয়ালৈ অনশন অব্যাহত ৰাখিব বুলি সংকল্প লৈছে জলমন্ত্ৰী আতিশীয়ে।

হাৰিয়ানাই যেতিয়ালৈকে দিল্লীৰ বাবে পানীৰ যোগান নধৰে তেতিয়ালৈ অব্যাহত ৰাখিব অনশন। পঞ্চম দিনাৰ এই অনশনৰ সময়ত অসুস্থ হৈ পৰে আতিশী মাৰ্লেনা। ছুগাৰ আৰু ব্লাড প্ৰেছাৰ অৱনমিত হোৱাৰ ফলত নিশায়ে হাস্পতালত ভৰ্তি কৰোৱা হয় আতিশী মাৰ্লেনাক। হাস্পতাললৈ কোনো কাৰণতে যাব খোজা নাছিল আতিশীয়ে। শৰীৰ যিমানেই অসুস্থ হৈ নপৰক কিয় তাৰ বাবে চিন্তা নকৰো বুলি প্ৰকাশ কৰে আতিশীয়ে। হাৰিয়ানাই পানী নিদিয়া পৰ্যন্ত এই অনশন অব্যাহত থাকিব বুলি হুংকাৰ আতিশীৰ।

বিজেপি শাসিত হাৰিয়ানা চৰকাৰে দিল্লীক পানী যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছিল আপ মন্ত্ৰী আতিশীয়ে। ষড়যন্ত্ৰমূলক ভাবে দিল্লীৰ ৰাজনীতি খেলিমেলি কৰাৰ বাবেই বিজেপি শাসিত হাৰিয়ানাই জানি বুজিয়েই পানীৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি অভিযোগ জলমন্ত্ৰী গৰাকীৰ।

Tags: #atishimarlena #delhi #water

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

বিবাহৰ দিনটোত হাতে-লোটে ধৰা পৰিছিল পলাশ মুছল, স্মৃতিৰ বন্ধুৱে উদঙালে গোপন তথ্য

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 23, 2026
গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Top News

গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

January 22, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025