• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বন্ধুৰ সৈতে কথা পাতি থাকোতেই BSP নেতাৰ সৈতে ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
July 6, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News, ৰাজনীতি
0 0
বন্ধুৰ সৈতে কথা পাতি থাকোতেই BSP নেতাৰ সৈতে ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

তামিলনাডুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ বহুজন সমাজ পাৰ্টী (বি এছ পি)ৰ প্ৰধান কে আৰ্মষ্ট্ৰঙক দিন দুপৰতে দুৰ্বৃত্তৰ এটা দলে নৃশংসভাৱে হত্যা কৰিছে। বন্ধুৰ সৈতে আলোচনা কৰি থকা সময়তে ৬ জনীয়া নৰপিশাচৰ এটা দলে আৰ্মষ্ট্ৰঙক আক্ৰমণ কৰে।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, আক্ৰমণৰ পিছত আৰ্মষ্ট্ৰঙক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও প্ৰতিশোধৰ মানসিকতাৰে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰিছে।

জানিব পৰা অনুসৰি শুকুৰবাৰে মটৰ চাইকেলেৰে অহা ছয়জন লোকে কুঠাৰেৰে আক্ৰমণ কৰে বিএছপি তামিলনাডুৰ মুৰব্বী আৰ্মষ্ট্ৰঙক। চেন্নাইৰ চেম্বিয়ামস্থিত নিজ ঘৰৰ সমীপত দলীয় বিষয়াৰ সৈতে কথা পাতি থকা অৱস্থাত আক্ৰমণকাৰীয়ে তেওঁক লক্ষ্য কৰি লয়।

ঘটনাৰ পিছত পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁক মৃত ঘোষণা কৰে।

আৰ্মষ্ট্ৰংৰ হত্যাকাণ্ডক লৈ শোক প্ৰকাশ কৰি বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে এক্সযোগে এটা পোষ্টত কয় যে আজি সন্ধিয়া বিএছপি তামিলনাডু ৰাজ্যিক ইউনিটৰ সভাপতি কে আৰ্মষ্ট্ৰঙৰ চেন্নাইৰ বাসগৃহৰ বাহিৰত হোৱা নৃশংস হত্যাকাণ্ড অত্যন্ত দুখজনক আৰু অতি নিন্দনীয়।

পেছাত এগৰাকী অধিবক্তা আৰ্মষ্ট্ৰঙৰ হত্যা কাণ্ডৰ দোষীক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিবলৈও ৰাজ্য চৰকাৰক দাবী জনায়।

উল্লেখ্য যে, আৰ্মষ্ট্ৰঙৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত বৰ্তমান তামিলনাডুত বি এছ পিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Tags: Bahujan Samaj PartyK ArmstrongTamilnadu

Related Posts

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025

শীৰ্ষ সংবাদ

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025