• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বন্ধুৰ সৈতে কথা পাতি থাকোতেই BSP নেতাৰ সৈতে ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
July 6, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News, ৰাজনীতি
0 0
বন্ধুৰ সৈতে কথা পাতি থাকোতেই BSP নেতাৰ সৈতে ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

তামিলনাডুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ বহুজন সমাজ পাৰ্টী (বি এছ পি)ৰ প্ৰধান কে আৰ্মষ্ট্ৰঙক দিন দুপৰতে দুৰ্বৃত্তৰ এটা দলে নৃশংসভাৱে হত্যা কৰিছে। বন্ধুৰ সৈতে আলোচনা কৰি থকা সময়তে ৬ জনীয়া নৰপিশাচৰ এটা দলে আৰ্মষ্ট্ৰঙক আক্ৰমণ কৰে।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, আক্ৰমণৰ পিছত আৰ্মষ্ট্ৰঙক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও প্ৰতিশোধৰ মানসিকতাৰে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰিছে।

জানিব পৰা অনুসৰি শুকুৰবাৰে মটৰ চাইকেলেৰে অহা ছয়জন লোকে কুঠাৰেৰে আক্ৰমণ কৰে বিএছপি তামিলনাডুৰ মুৰব্বী আৰ্মষ্ট্ৰঙক। চেন্নাইৰ চেম্বিয়ামস্থিত নিজ ঘৰৰ সমীপত দলীয় বিষয়াৰ সৈতে কথা পাতি থকা অৱস্থাত আক্ৰমণকাৰীয়ে তেওঁক লক্ষ্য কৰি লয়।

ঘটনাৰ পিছত পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁক মৃত ঘোষণা কৰে।

আৰ্মষ্ট্ৰংৰ হত্যাকাণ্ডক লৈ শোক প্ৰকাশ কৰি বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে এক্সযোগে এটা পোষ্টত কয় যে আজি সন্ধিয়া বিএছপি তামিলনাডু ৰাজ্যিক ইউনিটৰ সভাপতি কে আৰ্মষ্ট্ৰঙৰ চেন্নাইৰ বাসগৃহৰ বাহিৰত হোৱা নৃশংস হত্যাকাণ্ড অত্যন্ত দুখজনক আৰু অতি নিন্দনীয়।

পেছাত এগৰাকী অধিবক্তা আৰ্মষ্ট্ৰঙৰ হত্যা কাণ্ডৰ দোষীক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিবলৈও ৰাজ্য চৰকাৰক দাবী জনায়।

উল্লেখ্য যে, আৰ্মষ্ট্ৰঙৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত বৰ্তমান তামিলনাডুত বি এছ পিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Tags: Bahujan Samaj PartyK ArmstrongTamilnadu

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025