• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

Nation NE by Nation NE
July 6, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News, ৰাজনীতি
0 0
আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on TwitterWhatsApp

১০ বছৰীয়া বিবাদ নিষ্পত্তিৰ বাবে আজি প্ৰথমবাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। তথ্য অনুসৰি দুয়োগৰাকী নেতাই বিভাজনকে ধৰি আন বহু বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে।

এই বৈঠকখন গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে কাৰণ দুয়োজন নেতাই মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত প্রথমবাৰৰ বাবে বৈঠকত মিলিত হ’ব।

নাইডু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কে চি আৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছৰে পৰা এই সমস্যাসমূহ অমীমাংসিত হৈ আছে।

উল্লেখ্য যে ৰাজনৈতিক বিবাদ, বিশেষকৈ ২০১৫ চনৰ ধনৰ বিনিময়ত ভোটৰ কেলেংকাৰীয়ে আন্তঃৰাজ্যিক সম্পৰ্কত প্ৰভাৱ পেলাইছিল। অৱশ্যে ৱাই এছ আৰ চি পিৰ মুৰব্বী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ২০১৯ চনৰ নিৰ্বাচনৰ পিছত বিষয়টো নিষ্পত্তি কৰাৰ উদ্দেশ্যে কে চি আৰৰ সৈতে বৈঠকত মিলিত হৈছিল। কিন্তু এই বৈঠকেও দুয়োখন ৰাজ্যৰ মাজত চলা বিবাদ ওৰ পেলাবলৈ সক্ষম নহ’ল।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়েৰে পুনৰবাৰ ক্ষমতালৈ আহিল নাইডু। ইয়াৰ পিছতেই নাইডুৱে এখন পত্ৰৰ জৰিয়তে তেলেংগানাৰ সমকক্ষক শান্তিৰ প্ৰস্তাৱ আগবঢ়ায়।

ৰেৱন্ত ৰেড্ডীয়েও একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তাৰ পিছত ৬ জুলাইত তেলেংগানাৰ ৰাজধানীস্থিত প্ৰজা ভৱনত এখন বৈঠকৰ দিন ধাৰ্য কৰা হয়।

২০১৪ চনৰ অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইনৰ নৱম আৰু দশম অনুসূচীত উল্লেখ থকা ৰাজ্য দুখনৰ মাজত সম্পত্তিৰ বিভাজন, কৃষ্ণা আৰু গোদাবৰী নৈৰ পানী ভাগ বতৰা আদিকে ধৰি আন বিভিন্ন বিষয়ত আলোচনা হ’ব বুলি আশা কৰা হৈছে।

Tags: Andhra PradeshChandrababu NaiduRevanth ReddyTelangana

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025