• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ইউৰিক এচিডৰ সমস্যাত ভুগিলে এনেধৰণৰ খাদ্য পৰিহাৰ কৰিব লাগে…

Nation NE by Nation NE
July 29, 2025
in ৰাষ্ট্ৰীয়, Top News
0 0
কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰ শৰীৰতেই ইউৰিক এচিডৰ সমস্যা দেখিবলৈ পোৱা যায়। ইউৰিক এচিডৰ সমস্যাৰ নিয়ন্ত্ৰিত নহলে ই বাত-বিষ আৰু হাড় ফুলাৰ কাৰণ হৈ পৰে।

যদি আপুনিও ইউৰিক এচিডৰ সমস্যাত ভুগি আছে তেন্তে আপুনিও নিজৰ খাদ্য-পানীয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো দৰকাৰ। কাৰণ এই ৰোগ নিৰ্ভৰ কৰে আপোনাৰ জীৱনশৈলীৰ ওপৰত। সাধাৰণতে আমি যেতিয়া খাদ্যগ্ৰহণ কৰো, তেতিয়া ইয়াত থকা পিউৰিন ৰাসায়নিক যৌগ প্ৰস্ৰাৱৰ মাজেৰে ফ্লাছ হৈ শৰীৰৰ পৰা ওলাই যায়।

এইবোৰ কাৰ্বন আৰু নাইট্ৰজেন পৰমাণুৰে গঠিত। বহু বিশেষজ্ঞৰ মতে, যেতিয়া আমি প্ৰয়োজনীয়তকৈ অধিক পিউৰিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰো, তেতিয়া আমাৰ শৰীৰে ইয়াক হজম কৰিব নোৱাৰে আৰু ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে।  ইয়াৰ পৰা হাত সাৰিবলৈ আমাৰ খাদ্যাভ্যাস সলনি কৰি কিছুমান খাদ্যৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়।

যদি শৰীৰত ইউৰিক এচিড বেছি থাকে, তেন্তে এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে-

  • ৰেড মীট, কিমা মীট সআৰু সাগৰীয় খাদ্য যেনে মাগুৰ, চাৰ্ডিন আদি খোৱাৰ পৰা বিৰত থাকিব লাগে।
  • মদ খোৱাৰ পৰা বিৰত থাকিব লাগে।
  • ছ’ডা, আইচক্ৰীম, মিঠাই, ফাষ্ট ফুড পৰিহাৰ কৰিব লাগে।
  • দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে।

যদি ইউৰিক এচিড বেছি থাকে তেন্তে এইবোৰ খাব লাগে-

  • আপেলৰ ভিনেগাৰ

যদি শৰীৰত ইউৰিক এচিড বেছি থাকে, তেন্তে আপেলৰ ভিনেগাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত মেলিক এচিড থাকে যিয়ে ইউৰিক এচিড ভাঙি পেলোৱাৰ উপৰিও ইয়াক শৰীৰৰ পৰা আঁতৰাই পেলোৱাৰ কামো কৰে।

  • জামু

ইউৰিক এচিড নিয়ন্ত্ৰণতো জামু অতি উপকাৰী। ইয়াত থকা এন্থ’চাইনিন যৌগটোৱে শৰীৰৰ ইউৰিক এচিড হ্ৰাস কৰে, যাৰ ফলত গাঁঠিৰ বিষত উপশম পোৱা যায়।

  • আঁহযুক্ত খাদ্য

যদি আপুনি খাদ্যত আঁহযুক্ত খাদ্য গ্ৰহণ কৰে, তেন্তে শৰীৰত ইউৰিক এচিডৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়। এনে অৱস্থাত গোটা শস্যৰ বাহিৰেও আঁহযুক্ত ফলমূল, শাক-পাচলি আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।

  • নেমু

নেমু হৈছে চাইট্ৰিক এচিড সমৃদ্ধ ফল যিয়ে শৰীৰৰ অতিৰিক্ত ইউৰিক এচিড নোহোৱা কৰাত বহু সহায় কৰে।

  • দৈ

দৈ আদি কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী সেৱন কৰিলে উপকাৰী।

Tags: HealthHealthy lifeMedical

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025