• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হেমন্ত চোৰেন

Nation NE by Nation NE
July 3, 2024
in ৰাষ্ট্ৰীয়, ৰাজনীতি
0 0
পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হেমন্ত চোৰেন
Share on FacebookShare on TwitterWhatsApp

ৰাঁচি জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হৈছে হেমন্ত চোৰেন। আজি অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ জে এম এমৰ বিধায়কৰ বৈঠকত হেমন্ত চোৰেনক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিব বুলি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা ঝাৰখণ্ডৰ মন্ত্ৰী সত্যানন্দ ভোক্তাই জানিবলৈ দিয়ে।

বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে বৰ্তমানৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেনে নিজৰ পদবীৰ পৰা পদত্যাগ কৰিব আৰু তাৰ পিছতেই হেমন্ত চোৰেনে পুনৰবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। চোৰেনৰ লগতে আন কেইবাজনো নেতাই মন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা আছে।

জেইলৰ পৰা জামিনত মুক্তি পোৱা হেমন্ত চোৰেনৰ নেতৃত্বত এইখনেই প্ৰথম আনুষ্ঠানিক বৈঠক। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছৰে পৰা হেমন্ত চোৰেনে পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত অন্তৰ্ভুক্ত সকলো ৰাজনৈতিক দলৰ নেতা তথা বিধায়কসকলক আজিৰ বৈঠকত উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী চম্পাই চোৰেনেও ইতিমধ্যে আজিৰ সকলো কাৰ্যসূচী বাতিল কৰিছে।

উল্লেখ্য যে, ভূমি কেলেংকাৰি গোচৰত পাঁচমাহ পূৰ্বে গ্ৰেপ্তাৰ হোৱা হেমন্ত চোৰেনক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে যোৱা ২৮ জুনত জামিন প্ৰদান কৰিছিল। চলিত বৰ্ষৰ ৩১ জানুৱাৰিৰ নিশা প্ৰৱৰ্তন সঞ্চালকালয়ে দীৰ্ঘ সময় ধৰি চলোৱা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

Tags: #ChiefMinister#HematSoren#Jharkhand

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025