• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

মহিলাসকলৰ বাবে উপহাৰৰ টোপোলা! স্বাস্থ্য ৰাজসাহায্যৰ পৰা কৰলৈকে পাব ৰেহাই…

Nation NE by Nation NE
July 12, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
মহিলাসকলৰ বাবে উপহাৰৰ টোপোলা! স্বাস্থ্য ৰাজসাহায্যৰ পৰা কৰলৈকে পাব ৰেহাই…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অহা ২৩ জুলাইত দাখিল কৰিব পূৰ্ণাংগ বাজেট। বিত্ত মন্ত্ৰীয়ে এই বাজেটত দেশৰ সাধাৰণ মহিলাসকলৰ বাবে ঘোষণা কৰিব পাৰে বহুতো আকৰ্ষণীয় আঁচনিৰ সুবিধা। বিত্ত মন্ত্ৰীৰ এই ঘোষণাৰ ওপৰত জড়িত হৈ আছে দেশৰ কোটি কোটি মহিলাৰ আশা।

উল্লেখ্য যে, চৰকাৰে ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত, মহিলাসকলৰ বাবে বহুতো ডাঙৰ ঘোষণা কৰিব পাৰে। য’ত এলপিজিৰ পৰা স্বাস্থ্যসেৱালৈ আগবঢ়াব ৰাজসাহায্য। লগতে মহিলাসকলক শক্তিশালী কৰাৰ বাবে প্ৰচাৰ কৰা হ’ব লাখপতি দিদি আঁচনি। যাৰ ভিতৰত মহিলা উদ্যোগীসকলক কৰ ৰেহাইও প্ৰদান কৰা হ’ব। গতিকে বিত্ত মন্ত্ৰীৰ এই ঘোষণাই সলনি কৰিব পাৰে কোটি কোটি মহিলাৰ জীৱন।

কি হয় এই লাখপতি দিদি আঁচনি?

লাখপতি দিদি আঁচনি হৈছে এক দক্ষতা বিকাশ প্ৰশিক্ষণ আঁচনি। এই আঁচনিখনত মহিলাসকলক দক্ষতাৰ প্ৰশিক্ষণ দি ধন উপাৰ্জনৰ ক্ষমতা প্ৰদান কৰে, যাতে তেওঁলোকে নিজৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব পাৰে। মহিলাসকলক আৰ্থিকভাৱে সক্ষম কৰিবলৈ, চৰকাৰে অন্তৱৰ্তীকালীন বাজেট ২০২৪ ত এই আঁচনি প্ৰৱৰ্তন কৰিছিল।

লাখপতি দিদি আঁচনিৰ সহায়ত মহিলাসকলে এবছৰত ১ লাখ বা অধিক উপাৰ্জন কৰিব পাৰে। যাৰ ফলত তেওঁলোকে শিশুৰ বিদ্যালয়ৰ মাচুলৰ পৰা আন ঘৰুৱা খৰচলৈকে স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে লাখপতি দিদিৰ পৰিসৰ ২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধি কৰিছে।

এই আঁচনিয়ে দেশৰ বহুতো মহিলাক স্বাৱলম্বী হোৱাত সহায় কৰিছে যদিও দেশৰ কিছু কিছু অঞ্চলত বহুসংখ্যক মহিলা আছে যিয়ে ধনৰ অভাৱত আনকি নিজৰ স্বাস্থ্য সঠিকভাৱে যত্ন ল’ব নোৱাৰে।

এনে পৰিস্থিতিত যেন তেওঁলোকক স্বাস্থ্যসেৱা আৰু এলপিজিৰ দৰে অত্যাৱশ্যকীয় বিষয়ত যাতে ৰাজসাহায্য প্ৰদান কৰা হয় তাৰ বাবে দাবী উত্থাপন কৰে।

গতিকে মহিলাসকলৰ স্বাস্থ্য উন্নত কৰা তথা তেওঁলোকৰ সবলীকৰণৰ কাৰণে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।

Tags: BudgetEmpowermentNirmala SitharamanWomen

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025