• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

চৰকাৰী ধন সোমাইছিল পত্নীৰ একাউন্টত, ধন লৈ প্ৰেমিকৰ সৈতে পলাল ১১ গৰাকী মহিলা

Nation NE by Nation NE
July 10, 2024
in ৰাষ্ট্ৰীয়
0 0
চৰকাৰী ধন সোমাইছিল পত্নীৰ একাউন্টত, ধন লৈ প্ৰেমিকৰ সৈতে পলাল ১১ গৰাকী মহিলা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

চৰকাৰী ধন লৈ অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল ১১ গৰাকী মহিলা। ছ’চিয়েল মিডিয়াত চিনাকী হৈ প্ৰেমৰ সম্পৰ্ক হোৱা প্ৰেমিকৰ সৈতে পলাল ১১ গৰাকী মহিলা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ৪০ হাজাৰকৈ টকা সোমাইছিল এইসকল মহিলাৰ একাউন্টত। সেই টকা লৈ অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল ১১ গৰাকী মহিলা।

উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাত সংঘটিত হৈছে এই ঘটনা। জিলাখনত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ২৩৫০ গৰাকী মহিলাৰ একাউন্টত সোমাইছিল চৰকাৰী ধন। ৪০ হাজাৰকৈ ধন সোমাইছিল আটাইকেইগৰাকী মহিলাৰ একাউন্টত। চৰকাৰী ধন লাভ কৰাৰ পিছতে অবৈধ প্ৰেমিকৰ লগত পলাই গ’ল ১১ গৰাকী মহিলা।

আনহাতে, আটাইকেইগৰাকী মহিলাৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত পৃথকে-পৃথকে এজাহাৰ দাখিল কৰিছে।

মহাৰাজগঞ্জ জিলাৰ দণ্ডাধীশে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন ১১ গৰাকী মহিলাই দুৰ্ব্যৱহাৰ কৰিছে। ঘৰ বনোৱাৰ পৰিৱৰ্তে চৰকাৰী ধন অন্য কামত ব্যৱহাৰ কৰাৰ বাবে তদন্তৰ নিৰ্দেশ দিছে জিলা দণ্ডাধীশে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাৰাবাংকী জিলাত ৪ গৰাকী মহিলাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৫০ হাজাৰ টকা লৈ অবৈধ প্ৰেমিকৰ সৈতে পলাই গৈছিল।

Tags: Married WomenPM Housing SchemeUttar Pradesh

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025