• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ইনষ্টাগ্ৰামত প্ৰেমৰ মায়াজাল ৰচি ১৩ বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড ২১ বছৰীয়া যুৱকৰ

Nation NE by Nation NE
August 24, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
ইনষ্টাগ্ৰামত প্ৰেমৰ মায়াজাল ৰচি ১৩ বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড ২১ বছৰীয়া যুৱকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে নাৰী অপৰাধজনিত ঘটনা। কলকাতা, অসমৰ লগতে আন কেইবাখনো ৰাজ্যৰ পিছত শেহতীয়াকৈ এনে এক জঘন্য ঘটনাই পোহৰলৈ আহিছে মায়ানগৰী মুম্বাইৰ পৰা।

জানিব পৰা মতে, এজন ২১ বছৰীয়া যুৱকে প্ৰথমে ছ’চিয়েল মিডিয়াত ১৩ বছৰীয়া কিশোৰীৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু তাৰ পিছত প্ৰেমৰ মায়াজালেৰে আবদ্ধ কৰিছিল।

ইয়াৰ পিছতেই কথাৰ চলেৰে কিশোৰীগৰাকীক মুম্বাইৰ আন্ধেৰীৰ এটা হোটেলৰ কোঠালৈ লৈ যায় আৰু উপৰ্যপুৰি ধৰ্ষণ কৰে।

কিন্তু পৰৱৰ্তী সময়ত লম্পট নেল নামৰ যুৱকজনে কিশোৰীগৰাকীক আকৌ পুনৰ ধৰ্ষণ কৰাৰ মনেৰে গুজৰাটলৈ লৈ যায় আৰু তাতো বহুবাৰ কিশোৰীগৰাকীক ধৰ্ষণ কৰে।

অভিযুক্ত যুৱকজন মুম্বাই মহানগৰীৰ গোৰেগাঁও অঞ্চলৰ এখন হোটেলত কাম কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ছ’চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰামৰ জৰিয়তে ছোৱালীজনীৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব স্থাপন কৰি তুলিছিল আৰু তাৰ পিছত দুয়ো দেখা সাক্ষাৎ কৰি দৃঢ় কৰি তুলিছিল সম্পৰ্ক।

ভাকোলা থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে কিশোৰীগৰাকীক মুম্বাইত ধৰ্ষণ কৰাৰ পিছত অভিযুক্ত যুৱকজনে ফুচুলাই গুজৰাটলৈ লৈ যায় আৰু তাতো তেওঁ ছোৱালীজনীক ধৰ্ষণ কৰে।

লগতে আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে যে কিশোৰীগৰাকীৰ পৰিয়ালে নিৰুদ্দেশ হোৱাৰ অভিযোগ তুলি নিকটৱৰ্তী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও কিছুদিন পিছতেই কিশোৰীগৰাকীয়ে নিজেই ঘৰলৈ উভতি আহে।

গৰলৈ উভতি আহি অভিযুক্ত নেলে কেনেকৈ প্ৰথমে আন্ধেৰীত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত গুজৰাটতো ধৰ্ষণ কৰিছিল সেই কথা পৰিয়ালৰ লোকৰ আগত অৱগত কৰে।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে  কিশোৰীগৰাকীয়ে অভিযুক্তৰ ছবি ইনষ্টাগ্ৰামত দেখুৱাই ঘটনাটোৰ বিষয়ে বিবৰি বৰ্ণনা কৰে। ইয়াৰ পিছতেই পৰিয়ালটোৱে লম্পটটোৰ ওপৰত ভাকোলা থানাত এজাহাৰ দাখিল কৰে।

অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত POCSO আইনৰ ৪, ৮ আৰু ১২ নং ধাৰাত গোচৰ নেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এজাহাৰ ভিত্তিত মঙলবাৰে অভিযুক্তক আৰক্ষীয়ে গোৰেগাঁৱৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

Tags: CrimeMolestationMumbaiPolice

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025