• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

নিজ পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে নৃশংস কাণ্ড সেনাৰ অৱসৰপ্ৰাপ্ত চুবেদাৰৰ

Nation NE by Nation NE
July 22, 2024
in ৰাষ্ট্ৰীয়
0 0
নিজ পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে নৃশংস কাণ্ড সেনাৰ অৱসৰপ্ৰাপ্ত চুবেদাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ আম্বালাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভাৰতীয় সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চুবেদাৰে নিজৰ পৰিয়ালৰে পাঁচজন সদস্যক নৃশংসভাৱে হত্যা কৰিছে। মৃতসকলৰ ভিতৰত আছে দুটি শিশু।

জানিব পৰা অনুসৰি দেওবাৰে সংঘটিত হৈছে এই ঘটনা। চুবেদাৰজনে নিজৰ মাতৃ, ৩৫ বছৰীয়া ভাতৃ, ভাই বোৱাৰীৰ লগতে ৫ বছৰ আৰু ৬ মাহৰ দুই ভতিজী-ভতিজাক হত্যা কৰে।

ভূষণ কুমাৰ নামৰ চুবেদাৰজনে প্ৰথমে ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ইয়াৰ পিছত এজন এজনকৈ আনসকল সদস্যক আক্ৰমণ কৰে। তেওঁ হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ কেইটা জ্বলাই দিয়াৰো চেষ্টা কৰে।

আক্ৰমণকাৰী ভূষণে নিজৰ পিতৃ আৰু ভাতৃৰ জ্যেষ্ঠ কন্যাকো হত্যাৰ চেষ্টা চলাই যদিও তেওঁলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। বৰ্তমান দুয়োগৰাকী ওচৰৰে হাস্পতালত ভৰ্তি হৈ আছে।

ভূমি কেন্দ্ৰিক সংঘাতৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছে বুলিও শীৰ্ষ আৰক্ষী বিষয়াই জনায়।

হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰা ভূষণ কুমাৰক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰা বুলিও জানিবলৈ দিয়ে।

Tags: AmbalaFormer SoldierHariyana

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

আমেৰিকাৰ পিছত এতিয়া কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025