• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

নিজ পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে নৃশংস কাণ্ড সেনাৰ অৱসৰপ্ৰাপ্ত চুবেদাৰৰ

Nation NE by Nation NE
July 22, 2024
in ৰাষ্ট্ৰীয়
0 0
নিজ পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে নৃশংস কাণ্ড সেনাৰ অৱসৰপ্ৰাপ্ত চুবেদাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ আম্বালাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভাৰতীয় সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চুবেদাৰে নিজৰ পৰিয়ালৰে পাঁচজন সদস্যক নৃশংসভাৱে হত্যা কৰিছে। মৃতসকলৰ ভিতৰত আছে দুটি শিশু।

জানিব পৰা অনুসৰি দেওবাৰে সংঘটিত হৈছে এই ঘটনা। চুবেদাৰজনে নিজৰ মাতৃ, ৩৫ বছৰীয়া ভাতৃ, ভাই বোৱাৰীৰ লগতে ৫ বছৰ আৰু ৬ মাহৰ দুই ভতিজী-ভতিজাক হত্যা কৰে।

ভূষণ কুমাৰ নামৰ চুবেদাৰজনে প্ৰথমে ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ইয়াৰ পিছত এজন এজনকৈ আনসকল সদস্যক আক্ৰমণ কৰে। তেওঁ হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ কেইটা জ্বলাই দিয়াৰো চেষ্টা কৰে।

আক্ৰমণকাৰী ভূষণে নিজৰ পিতৃ আৰু ভাতৃৰ জ্যেষ্ঠ কন্যাকো হত্যাৰ চেষ্টা চলাই যদিও তেওঁলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। বৰ্তমান দুয়োগৰাকী ওচৰৰে হাস্পতালত ভৰ্তি হৈ আছে।

ভূমি কেন্দ্ৰিক সংঘাতৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছে বুলিও শীৰ্ষ আৰক্ষী বিষয়াই জনায়।

হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰা ভূষণ কুমাৰক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰা বুলিও জানিবলৈ দিয়ে।

Tags: AmbalaFormer SoldierHariyana

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025