• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

হজৰ পৰা উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; তিনি পুত্ৰ আৰু পিতৃসহ মুঠ ৫ জনৰ মৃত্যু

Nation NE by Nation NE
July 4, 2024
in ৰাষ্ট্ৰীয়
0 0
হজৰ পৰা উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; তিনি পুত্ৰ আৰু পিতৃসহ মুঠ ৫ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

হজৰ পৰা উভতি অহা এটা পৰিয়ালৰ সৈতে সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ তিনি পুত্ৰ আৰু পিতৃসহ মুঠ পাঁচজন লোকে।

বৃহস্পতিবাৰে দিল্লী-লক্ষ্ণৌ ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত কেইজনৰ ভিতৰত আছে আশ্ৰফ (৬৫), তেওঁৰ তিনি পুত্ৰ নকছে আলী (৪২), আৰিফ আলী (২৪), ইণ্টেখাব আলী (২০) আৰু গাড়ী চালক আহছান (৩২)।

এই দুৰ্ঘটনাত আহত হয় পত্নী জাইতুন আৰু তেওঁৰ পুত্ৰ আছিফ আলী। এই আটাইকেইজন স্বৰ কোটৱালিৰ মুকাৰমপুৰ গাঁৱৰ বাসিন্দা।

জানিব পৰা অনুসৰি, ৰামপুৰ জিলাৰ স্বৰ কোটৱালি অঞ্চলৰ মুকাৰমপুৰ গাঁৱৰ বাসিন্দা আশ্ৰফ আলী আৰু তেওঁৰ পত্নী জাইতুনে হজ কৰিবলৈ ছৌদি আৰৱলৈ গৈছিল। হজ কৰি বুধবাৰে সন্ধিয়া দিল্লী বিমানবন্দৰত অৱতৰণ কৰিছিল স্বামী-স্ত্ৰী।

দিল্লীৰ পৰা তেওঁলোকক ঘৰলৈ অনাৰ বাবে বুধবাৰে বিমানবন্দৰত উপস্থিত হৈছিল তেওঁলোকৰ পুত্ৰ নকছে আলী, আৰিফ আলী, আছিফ আলী আৰু ইণ্টেখাব আলী। গাড়ীখনৰ চালক আছিল তেওঁলোকৰ গাঁৱৰে আহছান নামৰ এজন লোক। পৰিয়ালটোৰ আটাই কেইগৰাকী সদস্যই নিশাই উভতিছিল নিজ গাঁও মুকাৰমপুৰলৈ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত তেওঁলোকৰ গাড়ীখন মুণ্ডাপাণ্ডে পোৱাৰ লগে লগে সন্মুখৰ পৰা অহা বাছখনে গাড়ীখনক খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে চাৰিচকীয়া বাহনখন প্ৰায় চূৰ্ণ বিচূৰ্ণ হৈ পৰে।

দুৰ্ঘটনাটোত আশ্ৰফ, তেওঁৰ পুত্ৰ নকছে আলী, আৰিফ আৰু চালক আহছানৰ থিতাতে মৃত্যু হয়। তৃতীয় পুত্ৰ ইণ্টেখাবৰ চিকিৎসালয়ত মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত এক অৱৰ্ণণীয় পৰিৱেশৰ সৃষ্টি হয়।

দুৰ্ঘটনাত আহত আশ্ৰফৰ পত্নী আৰু পুত্ৰ আছিফ মোৰাদাবাদ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে মুকৰামপুৰ গাঁৱত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Tags: #Accident#FiveKilled#Highway

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 11, 2026
জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি
Top News

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

March 10, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025