• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 21, 2025
30 °c
Guwahati
31 ° Tue
32 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাষ্ট্ৰীয়

      বিষাক্ত সুৰাপান কৰাৰ ফলত জীৱন গ’ল ২৯জনৰ

      সুৰাপান কৰাসকল সাৱধান হওক

      Nation NE by Nation NE
      June 21, 2024
      in ৰাষ্ট্ৰীয়
      0 0
      বিষাক্ত সুৰাপান কৰাৰ ফলত জীৱন গ’ল ২৯জনৰ

      প্ৰতিনিধিত্বমূলক ছবি

      Share on FacebookShare on TwitterWhatsApp

      বিষাক্ত সুৰাপান কৰাৰ ফলত ইজনৰ পিছত সিজনৰ মৃত্যু। হাস্পতালত আত্মীয়ৰ কান্দোনৰ ৰোল।

      তামিলনাডুৰ কল্লাৰকুৰিচী জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যুৰ সংখ্যা ২৯জনলৈ বৃদ্ধি। আনহাতে ৬০জনতকৈও অধিক লোক জিলাখনৰ বিভিন্ন হাস্পতালত ভৰ্তি হৈ আছে। মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাৰ পিছতে শোকবাৰ্তা প্ৰেৰণ কৰিছে ভুক্তভোগী পৰিয়ালসমূহলৈ।

      অবৈধভাবে ঘৰতে প্ৰস্তুত কৰা বিষাক্ত সুৰা ৰোধ কৰিব নোৱাৰা বিষয়া-আৰক্ষীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। সুৰা প্ৰস্তুতৰ নামত বিষাক্ত দ্ৰব্য দিয়াৰ ফলতেই মৃত্যু হৈছে ইজনৰ পিছত সিজন লোক। বিষাক্ত সুৰা প্ৰস্তুত কৰা লোকক বিচাৰি ইতিমধ্যে আৰম্ভ হৈছে অভিযান।

      বিষাক্ত সুৰা প্ৰস্তুত কৰা মাষ্টাৰ মাইণ্ড কন্নুকুট্টি নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২০০ লিটাৰৰো অধিক বিষাক্ত সুৰা জব্দ কৰিছে আৰক্ষীয়ে। সুৰা পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহিছে ভয়ানক তথ্য। সুৰা প্ৰস্তুতৰ নামত মিহলোৱা হৈছিল জীৱন নাশ কৰা মিথানল। দীৰ্ঘদিন ধৰি কল্লাৰকুৰিচীত চলি আহিছিল বিষাক্ত সুৰাৰ প্ৰচলন। দেখি শুনিও নীৰৱ ভূমিকা পালন কৰিছিল জিলা কালেক্টৰে। আনহাতে আৰক্ষী অধীক্ষক সময় সিংহ মিনাক নিলম্বন কৰিছে চৰকাৰে।

      Tags: #tamilnadu #poisonousliquor

      Related Posts

      ১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…
      Top News

      July 21, 2025
      পুনৰ মুকলি হ’ল কমেডিয়ান কপিল শৰ্মাৰ কেফে, ১০ দিন পূৰ্বে হৈছিল এই ঘটনা…
      Top News

      পুনৰ মুকলি হ’ল কমেডিয়ান কপিল শৰ্মাৰ কেফে, ১০ দিন পূৰ্বে হৈছিল এই ঘটনা…

      July 20, 2025
      অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা
      Top News

      অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা

      July 20, 2025
      বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
      Top News

      বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

      July 19, 2025
      ভাৰত-পাক যুদ্ধত ধ্বংস হৈছিল পাঁচখন যুদ্ধ বিমান! এই দাবী ড’নাল্ড ট্ৰাম্পৰ
      Top News

      ভাৰত-পাক যুদ্ধত ধ্বংস হৈছিল পাঁচখন যুদ্ধ বিমান! এই দাবী ড’নাল্ড ট্ৰাম্পৰ

      July 19, 2025
      অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ
      Top News

      অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

      July 19, 2025

      শীৰ্ষ সংবাদ

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      ১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…

      ২০৩০ চনৰ ভিতৰত এই দেশৰ লোকে হাহাকাৰ কৰিব লাগিব এটোপাল পানীৰ বাবে! ভয়ংকৰ প্ৰতিবেদন ওলাইছে…

      অতি নিষ্ঠুৰ! খাদ্যৰ বাবে শাৰী পাতি থকা লোকৰ ওপৰত আক্ৰমণ, ৬৭ জন পেলেষ্টাইনী লোকৰ মৃত্যু

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist