• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

কি চলিছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাত! কাৰ্যকাললৈ ৫ বছৰ থাকোতে পদবীৰ পৰা পদত্যাগ অধ্যক্ষৰ

Nation NE by Nation NE
July 21, 2024
in ৰাষ্ট্ৰীয়
0 0
কি চলিছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাত! কাৰ্যকাললৈ ৫ বছৰ থাকোতে পদবীৰ পৰা পদত্যাগ অধ্যক্ষৰ

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় লোকসেৱা আয়োগৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ। কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰিলে অধ্যক্ষগৰাকীয়ে। ২০২৯ চনলৈ কাৰ্যকাল আছিল মনোজ ছোনীৰ। ব্যক্তিগত কাৰণত পদত্যাগ পত্ৰ দাখিল কৰা বুলি উল্লেখ কৰিছে মনোজ ছোনীয়ে।

২০১৭ চনত ভাৰতীয় লোকসেৱা আয়োগৰ সদস্যৰূপে অন্তৰ্ভুক্ত হৈছিল মনোজ ছোনী। ইয়াৰ পিছতে ২০২৩ চনৰ ১৬ মে’ত ভাৰতীয় লোকসেৱা আয়োগৰ অধ্যক্ষ পদৰ দায়িত্ব লৈছিল মনোজ ছোনীয়ে। অৱশ্যে, অধ্যক্ষৰ ৬ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিলে অধ্যক্ষ মনোজ ছোনীয়ে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ আছিল মনোজ ছোনী। ভাৰতীয় লোকসেৱা আয়োগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে গুজৰাটৰ দুখনকৈ বিশ্ববিদ্যালয়ত তিনিবাৰকৈ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিষয়াগৰাকীয়ে। ইয়াৰ ভিতৰত বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ত দুবাৰকৈ উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ভাৰতীয় লোকসেৱা আয়োগ হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ লগতে বহুতো গুৰুত্বপূৰ্ণ পৰীক্ষা পৰিচালনা কৰা এটা সংস্থা। যিয়ে সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতৰ শীৰ্ষ পদবীসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে।

Tags: Central GovtIndiaManoj SoniUPSC

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025