• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

নতুন পৰিকল্পনা কৰিছে নেকি? তেন্তে জানি লওক কি কয় আজিৰ ৰাশি চক্ৰই

Nation NE by Nation NE
May 18, 2025
in অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : নতুন কাম বা পৰিকল্পনা আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। দুপৰীয়াৰ পিছত ভাল খবৰ লাভ কৰিব। দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা থাকিব পাৰে, কিন্তু ধৈৰ্য ধৰক, পিছৰ সময়ছোৱাত সুখ শান্তি বৃদ্ধি পাব। কাজিয়াৰ পৰা হাত সাৰিবৰ বাবে নিজৰ বক্তব্য আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।

বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে। নতুন বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব। বন্ধুবৰ্গৰ লগত দিন ভাল হʼব। মানসিক চিন্তা হʼব পাৰে। সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব।

মিথুন ৰাশি : আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব। ব্যস্ত কাৰ্য্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব। সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক।

কৰ্কট ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। ধৈৰ্যশীল হওক লাভবান হ’ব। নিজৰ ওপৰত আশ্বাস ভাৰসা নিশ্চয়তা লক্ষ্য সফল হয়। আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে। কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

সিংহ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি। নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে। দিনটো ভাল, সফলতা লাভ হʼব। দিনটো সক্ৰিয় অনুভৱ হʼব। গ্ৰহ ভাল।

কন্যা ৰাশি : ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত। অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা। তথাপিও আপোনাৰ গ্ৰহসমূহ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনাৰ পক্ষত নাই। ইয়ে আপোনাক বিৰক্ত কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। ধ্যান কৰক, মন প্ৰফুল্লিত হ’ব।

তুলা ৰাশি : আপোনাৰ দিন প্ৰায় ভাল সফল হʼব। ভাগ্য ভাল হʼব। লক্ষ্যত সফল হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

বৃশ্চিক ৰাশি : কাৰ্য কৰিবলৈ ভাগৰি পৰিব। আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। কর্ম প্ৰতিযোগিতা কৰিব পাৰে, কিন্তু বিফল হʼব। আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব।

ধনু ৰাশি : দিনটোৰ প্ৰথমভাগে চাপ কঢ়িয়াই আনিব আৰু আপোনাৰ স্বাস্থ্যও ঠিকে নাথাকিব পাৰে। ঘৰতো কোনো বিবাদ বা কাজিয়াৰ অভিজ্ঞতা হ’ব; যদি আপুনি পৰিপক্কৰূপে কাম কৰে সেইয়া এৰাই চলিব পাৰিব। যদি কোনো পৰিকল্পনা কৰিছে, পিছুৱাই দিয়ক, উপযুক্ত সময় নহয়ষ কোনো পুৰণা বন্ধুক লগ পাব পাৰে; অতীতৰ দিন ৰোমন্থন কৰক।

মকৰ ৰাশি : দিনটো ফলপ্ৰসূ হ’ব। আৰ্থিক, পেচাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিব। স্বাস্থ্যৰ বাবে সাধাৰণ দিন হ’ব। আইনী কামকাজত সতৰ্কতা লওক। সাৱধানেৰে গাড়ী চলাওক। এটা ব্যস্ত, চাপযুক্ত দিনৰ পিছত, আপুনি বিলাসী নৈশভোজ বা চিনেমা চাই কটাব পাৰে।

কুম্ভ ৰাশি : প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মস্থলীত আপুনি সুন্দৰ প্ৰদৰ্শন কৰিছে, আপোনাৰ প্ৰচেষ্টাত জ্যেষ্ঠসকল সুখী আৰু সন্তুষ্ট। আপোনাক পদোন্নতি প্ৰদান কৰিব পাৰে। তাৰোপৰি, কৰ্মস্থলীত সাম্ভাব্যৰূপত উপকৃত হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশি : পুৱাৰ সময়খিনি পেচাদাৰ বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহ’বও পাৰে। কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা প্ৰতিদ্বন্দ্বীৰ লগত উত্তপ্ত তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। কামৰ বাবে দীঘলীয়া ভ্ৰমণত যাব লগা হ’ব পাৰে। অলপ বাধাৰ পিছত, কৰ্মস্থলীৰ পৰিবেশ উন্নত হ’ব। আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব।

Tags: #AssamDaily HororscopeHoroscopeSunday

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 9, 2026
আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান
Top News

আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

March 8, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025