• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
June 22, 2025
in অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। সন্ধিয়া সৰু যাত্রা হʼব। সন্ধিয়ালৈ মনৰ আশা পূৰণ হ’ব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।

বৃষ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব। নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ কথা প্ৰকাশ নকৰিব। প্ৰেমৰ সম্পর্ক ভাল।

মিথুন ৰাশি : ইন্দ্ৰিয় সুখ, পৰিতৃপ্তি আৰু সুখভোগৰ যোগ আছে। আজি আপোনাৰ বিভিন্ন ধৰণৰ লোকৰ সৈতে সাক্ষাৎ হ’ব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সুখদায়ক ভ্ৰমণত যাব পাৰে। আপোনাৰ শাৰীৰিক সুস্থতা, সামাজিক সন্মান আৰু খ্যাতি বহুদূৰলৈ বিয়পিব।

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ভাল। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু উত্তম। কিছুমান সুখৰ মুহূৰ্ত সৃষ্টি হ’ব। আজি যি কামেই কৰিব, তাতেই আপুনি খ্যাতি পাব। আজি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থকাৰ সম্ভাৱনা আছে। বান্ধৱীসকলৰ সৈতে হোৱা সাক্ষাতে আপোনাক আনন্দ দিব।

সিংহ ৰাশি: আপুনি নিজৰ প্ৰতিভা, শিল্পী গুণাগুণ আজি ব্যৱহাৰ কৰিব। আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হ’ব, ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব। আপোনাৰ কর্মত দূৰ যাত্রা হ’ব পাৰে। এই যাত্রাৰে কৰ্ম-ব্যৱসায়ত সফলতা লাভ।

কন্যা ৰাশি: দিনটো কঠিন হোৱাৰ সম্ভাৱনা। মানসিক আৰু শাৰীৰিক হতাশাত ভূগিব পাৰে। পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে। মাতৃৰ ৰোগ-পীড়া হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব।

তুলা ৰাশি: আপোনাৰ নিজৰ ব্যৱসায়-কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। পৰিয়ালৰ লগত সম্পর্কৰ প্ৰভাৱ পৰিব পাৰে। কার্য-কর্ম বন্ধ কৰি পৰিয়ালৰ লগত আৰাম কৰক।

বৃশ্চিক ৰাশি: নিবিচৰাকৈয়ে ওচৰ-চুবুৰীয়াৰ পৰা পৰামর্শ পাব, কিন্তু ভাল পৰামর্শই হ’ব। আজি বিয়া আৰু সংযোগত সফলতা লাভৰ সম্ভাৱনা। প্ৰেমৰ সম্পর্ক ভাল। বিবাহিতৰ বাবে দিনটো শুভ। আজি মন ৰোমাঞ্চকৰ হৈ পৰিব। নতুন ব্যৱসায় বিচাৰ হʼব পাৰে। প্ৰেমৰ সম্পর্কত ভাল।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ পৰিকল্পনা অনুসৰি গৈ থাকিব, নিশ্চিত থাকক। আৰ্থিক লাভ নিশ্চিত। আজি গোটেই দিনটো আপুনি সতেজ আৰু প্ৰাণৱন্ত অনুভৱ কৰিব। সৰু-সুৰা সুখকৰ ভ্ৰমণৰ যোগ। সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ প্ৰবল যোগ।

মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কামত বেছি মন দিব। তাৰ বাবে কিছু খৰচো কৰিবলগা হ’ব। আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন। দুৰ্ঘটনা আৰু অস্ত্ৰোপচাৰৰ পৰা আঁতৰত থাকক।

কুম্ভ ৰাশি: এইটো এটা সফল দিন। ব্যৱসায়ত বহু উন্নতি হ’ব। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ আৰু নতুন বন্ধু লাভৰ সম্ভাৱনা। নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময়। বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি আজি উত্তম দিন।

মীন ৰাশি: আপোনাৰ কৰ্ম জীৱনত অশান্তি হ’ব পাৰে। নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব। প্ৰেমৰ সম্পর্কত শুভ। বিয়া আৰু সংযোগত সফলতা লাভ। স্বাস্থ্য খুবেই ভাল।

Tags: #AssamDaily HororscopeHoroscopeSunday

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 9, 2026
আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান
Top News

আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

March 8, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025