মেষ ৰাশি : মেষ ৰাশিৰ লোক সকলৰ আজিৰ দিনটোত প্ৰেমত মান অভিমান বৃদ্ধিৰ যোগ। শৰীৰ মধ্যম। পাৰিবাৰিক ক্ষেত্ৰত শুভ। আৰ্থিকত শুভ।
বৃষ ৰাশি : বৃষ ৰাশিৰ লোক সকলে আজিৰ দিনটোত এলাহ বৃদ্ধিৰ যোগ। আৰ্থিক ক্ষেত্ৰত শুভ। প্ৰেমত মধ্যম। পাৰিবাৰিক ক্ষেত্ৰত শুভ। স্বাস্থ্য মধ্যম। কৰ্মত সতৰ্ক হ’ব।
মিথুন ৰাশি : মিথুন ৰাশিৰ লোক সকলৰ আজিৰ দিনটোত পদন্নোতিৰ যোগ। স্বাস্থ্যত শুভ। পাৰিবাৰিক ক্ষেত্ৰত শুভ। প্ৰেমত শুভ। আৰ্থিকত শুভ। কৰ্মত শুভ৷
কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ লোক সকলে আজিৰ দিনটোত অযথা খৰচৰ পৰা সাৱধান অন্যথা অৰ্থ ক্ষতিৰ যোগ। পাৰিবাৰিক ক্ষেত্ৰত শুভ। প্ৰেমত শুভ। স্বাস্থ্য মধ্যম।
সিংহ ৰাশি : এই ৰাশিৰ লোক সকলে আজিৰ দিনটোত ভ্ৰমণত সাৱধান হ’ব। অনৰ্থক কষ্টৰ যোগ। কৰ্মত শুভ। আৰ্থিকত শুভ। স্বাস্থ্যৰ প্ৰতি নজৰ দিব।
কন্যা ৰাশি : কন্যা ৰাশিৰ লোকসকলে আজিৰ দিনটোত ভ্ৰমণৰ যোগ। স্বাস্থ্যত শুভ। প্ৰেমত আনন্দ লাভ। পাৰিবাৰিক ক্ষেত্ৰত শুভ। আৰ্থিকত মধ্যম।
তুলা ৰাশি : তুলা ৰাশিৰ লোক সকলৰ আজিৰ দিনটোত মনোবাঞ্চা পূৰ্ণ হোৱাৰ যোগ। শৰীৰ মধ্যম। পৰিবাৰিক ক্ষেত্ৰত শুভ। প্ৰেমত শুভ। আৰ্থিক দিশত শুভ৷
বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ লোক সকলে আজিৰ দিনটোত অৰ্থ লাভৰ যোগ। স্বাস্থ্য মধ্যম। প্ৰেমত কিছু বাধা আহিব পাৰে৷ কৰ্মত শুভ৷
ধনু ৰাশি : ধনু ৰাশিৰ লোক সকলৰ বাবে আজিৰ দিনটো বিনিয়োগ কৰাৰ বাবে উত্তম। অভিনেতাসকলে ভ্ৰমণত সাবধান হ’ব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। প্ৰেমত শুভ। কৰ্মত শুভ। আৰ্থিকত মধ্যম।
মকৰ ৰাশি : মকৰ ৰাশিৰ লোক সকলৰ আজিৰ দিনটোত সন্তানৰ চিন্তা বৃদ্ধিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্ৰত শুভ। আৰ্থিকত শুভ। কৰ্মত শুভ। স্বাস্থ্যত মধ্যম৷
কুম্ভ ৰাশি : নিজৰ ওপৰত আশ্বাস-ভাৰসা ৰাখক, লক্ষ্যত সফল হ’ব। সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব। চিন্তাধাৰাবোৰ আপোনাৰ প্ৰায় ভাল হʼব।
মীন ৰাশি: মীন ৰাশিৰ লোক সকলে আজিৰ দিনটোত চাকৰিৰৰ ক্ষেত্ৰ শুভ ফল লাভৰ যোগ। আৰ্থিকত অযথা খৰচৰ পৰা সাবধান হ’ব। প্ৰেমত শুভ। পাৰিবাৰিক দিশত শুভ।