• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

Nation NE by Nation NE
September 7, 2025
in অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। ৰোগ-পীড়া হ’ব পাৰে। আপুনি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। প্ৰেমত কিছু বাধা।

বৃষ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি। আচৰিত নহ’ব, আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব। আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব। শিল্প-সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ।

মিথুন ৰাশি : আজি আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব। বিয়া আৰু সংযোগত সফলতা লাভ হʼব। বিবাহিত জীৱন আনন্দৰ হʼব। ভাগ্য ভাল হʼব। প্রিয় দিন হʼব। পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব। তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত।

কৰ্কট ৰাশি :  আপোনাৰ দিন প্ৰায় ভাল সফল হʼব। লক্ষ্যত সফল হʼব। আজি আপোনাৰ কর্ম, ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব।

সিংহ ৰাশি : দিন বিপদাশঙ্কা নহয়, স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব। নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব। আপুনি এলেহুৱা হৈ পৰিব পাৰে।

কন্যা ৰাশি :  বিপদাশঙ্কা কৰ্মক সহজে সম্পন্ন কৰিব। নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক, নিশ্চয়কৈ লক্ষ্য সফল হ’ব। আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব।

তুলা ৰাশি : আজি আপোনাৰ ব্যৱসায় কর্মত বিধিত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। বন্ধুবৰ্গৰ লগত আনন্দময় হʼব।

বৃশ্চিক ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব। বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ।

ধনু ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব। নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব। আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব।

মকৰ ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। শান্ত হৈ থাকি কর্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

কুম্ভ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব। কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব। আপোনাৰ নিজৰ কর্ম প্ৰশংসা হʼব। আপোনাৰ প্ৰায় ভাল হʼব।

মীন ৰাশি : আজি শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। বিয়লি আপুনি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ বাবে সহায় হʼব।

Tags: #AssamDaily HoroscopeHoroscopeSunday

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 9, 2026
আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান
Top News

আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

March 8, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025