• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
28 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home উত্তৰ পূৱ অসম

      কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হ’ল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা

      কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত

      Nation NE by Nation NE
      July 2, 2024
      in অসম, ৰাষ্ট্ৰীয়
      0 0
      কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হ’ল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা
      Share on FacebookShare on TwitterWhatsApp

      কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এখন বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা। সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকখনত ভাৰতত কৃষি খণ্ডৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মাটিৰ উৰ্বৰতা আৰু সঞ্চয় ক্ষমতা বৃদ্ধি তথা অসমত উদ্যান শস্য ৰক্ষাৰ প্ৰণালী আৰু কৃষকৰ কল্যাণৰ লগতে কৃষি বিষয়ক বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰা হয়।

      ইয়াৰ উপৰি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কৃষক আৰু কৃষি খণ্ডৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দৃঢ়তাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰে।

      কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে স্থানীয় কৃষকসকলক শক্তিশালী কৰাৰ লগতে কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজনৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে।

      ইয়াৰ লগতে মধ্য প্ৰদেশ আৰু অসমৰ কৃষি মন্ত্ৰীৰ মাজত আৰম্ভ হোৱা সহযোগিতামূলক প্ৰচেষ্টাই সমগ্ৰ দেশতে বহনক্ষম কৃষি পদ্ধতি আৰু গ্ৰামোন্নয়নৰ দিশত এক নতুন বাট মুকলি কৰিছে। কৃষি খণ্ডৰ ব্যাপক বিকাশ আৰু সমৃদ্ধিৰ স্বাৰ্থত আহিবলগীয়া সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই বিষয়েও বৈঠকত আলোচনা কৰা হয়।

      Tags: #Agriculture#AtulBora#ShivrajChouhan

      Related Posts

      বাংগালুৰৰ পদপিষ্ট ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া; জানক কি ক’লে…
      Top News

      June 4, 2025
      ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস
      Top News

      ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

      June 4, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰৰ পদপিষ্ট ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া; জানক কি ক’লে…

      ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist