• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

পুনৰ পৰিত্যক্ত হৈ পৰিব নেকি ৰূপসী বিমানবন্দৰ? ২০০ দিনে চলাচল কৰা নাই বিমান

Nation NE by Nation NE
June 26, 2024
in অসম
0 0
পুনৰ পৰিত্যক্ত হৈ পৰিব নেকি ৰূপসী বিমানবন্দৰ? ২০০ দিনে চলাচল কৰা নাই বিমান
Share on FacebookShare on TwitterWhatsApp

চৰকাৰৰ কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰূপসী বিমানবন্দৰ পুনৰ পৰিত্যক্ত হৈ পৰিব নেকি? বিগত কিছুদিনৰ পৰা অঞ্চলবাসীক এই প্ৰশ্নই চিন্তিত কৰি তুলিছে। কিন্তু এই ক্ষেত্ৰত নীৰৱ বিটিচি তথা ৰাজ্য চৰকাৰ।

ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তবায়িত কৰি ৩৯ বছৰীয়া অপেক্ষাৰ পিছত পুনৰ যাত্ৰীবাহী বিমান পৰিসেৱা আৰম্ভ হোৱা ৰূপসী বিমানবন্দৰৰ পৰা বিগত ২০০ দিনে চলাচল কৰা নাই বিমান।

ইপিনে, এলায়েন্স এয়াৰে যোৱা মে’ মাহত বিমান চলোৱাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ২২ জুনৰ পৰা ৰূপসী-কলিকতাৰ মাজত চলাব বুলি আনুষ্ঠানিকভাবে প্ৰচাৰ কৰিছিল। কিন্তু শনিবাৰে অৰ্থাৎ ২২ জুনত যাত্ৰীয়ে টিকট কাটি বিমান পৰিসেৱা নোপোৱাৰ ফলত জাঙুৰ খাই উঠিছে।

বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে এলায়েন্স এয়াৰৰ কোনো গ্ৰাউণ্ড ষ্টাফ এতিয়ালৈকে আহি নোপোৱাৰ ফলত বিমান চলাচলৰ সম্ভাৱনা নাই। গ্ৰাউণ্ড ষ্টাফ কেতিয়া আহিব সেই বিষয়তো কৰ্তৃপক্ষৰ হাতত নাই কোনো তথ্য।

চৰকাৰী ভৰ্তুকিৰে চলাচল কৰা বিমান সেৱা গুৱাহাটী-ৰূপসী-কলিকতা বন্ধ হৈ থকাৰ অন্তৰালৰ প্ৰকৃত কাৰণ চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে অৱগত নকৰাক কেন্দ্ৰ কৰি ক্ষুদ্ধ হৈ উঠিছে অঞ্চলবাসী।

ইফালে ধুবুৰী আৰু কোকৰাঝাৰৰ পৰা দিল্লীলৈ নিৰ্বাচিত সাংসদ সকলৰ উক্ত বিষয়ত নিৰৱতাই স্থানীয় ৰাইজক হতাশ কৰি তুলিছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ‘উড়ান-২’ আৰু ‘উড়ান-৪’ নামৰ আঁচনিৰ অধীনৰ নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানবন্দৰটো। ৰূপসী বিমানবন্দৰৰ পৰা কলিকতা আৰু গুৱাহাটীলৈ বিমান সেৱা ‘ফ্লাই বিগে’ আৰম্ভ কৰাৰ পিছৰ পৰাই উত্তৰ-পূবৰ নতুন বিমান বন্দৰৰ ভিতৰত সকলোতকৈ অধিক যাত্ৰী ৰূপসী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিছিল।

Tags: DhuburiRupsi Airport

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 22, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025