• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

পুনৰ পৰিত্যক্ত হৈ পৰিব নেকি ৰূপসী বিমানবন্দৰ? ২০০ দিনে চলাচল কৰা নাই বিমান

Nation NE by Nation NE
June 26, 2024
in অসম
0 0
পুনৰ পৰিত্যক্ত হৈ পৰিব নেকি ৰূপসী বিমানবন্দৰ? ২০০ দিনে চলাচল কৰা নাই বিমান
Share on FacebookShare on TwitterWhatsApp

চৰকাৰৰ কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰূপসী বিমানবন্দৰ পুনৰ পৰিত্যক্ত হৈ পৰিব নেকি? বিগত কিছুদিনৰ পৰা অঞ্চলবাসীক এই প্ৰশ্নই চিন্তিত কৰি তুলিছে। কিন্তু এই ক্ষেত্ৰত নীৰৱ বিটিচি তথা ৰাজ্য চৰকাৰ।

ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তবায়িত কৰি ৩৯ বছৰীয়া অপেক্ষাৰ পিছত পুনৰ যাত্ৰীবাহী বিমান পৰিসেৱা আৰম্ভ হোৱা ৰূপসী বিমানবন্দৰৰ পৰা বিগত ২০০ দিনে চলাচল কৰা নাই বিমান।

ইপিনে, এলায়েন্স এয়াৰে যোৱা মে’ মাহত বিমান চলোৱাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ২২ জুনৰ পৰা ৰূপসী-কলিকতাৰ মাজত চলাব বুলি আনুষ্ঠানিকভাবে প্ৰচাৰ কৰিছিল। কিন্তু শনিবাৰে অৰ্থাৎ ২২ জুনত যাত্ৰীয়ে টিকট কাটি বিমান পৰিসেৱা নোপোৱাৰ ফলত জাঙুৰ খাই উঠিছে।

বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে এলায়েন্স এয়াৰৰ কোনো গ্ৰাউণ্ড ষ্টাফ এতিয়ালৈকে আহি নোপোৱাৰ ফলত বিমান চলাচলৰ সম্ভাৱনা নাই। গ্ৰাউণ্ড ষ্টাফ কেতিয়া আহিব সেই বিষয়তো কৰ্তৃপক্ষৰ হাতত নাই কোনো তথ্য।

চৰকাৰী ভৰ্তুকিৰে চলাচল কৰা বিমান সেৱা গুৱাহাটী-ৰূপসী-কলিকতা বন্ধ হৈ থকাৰ অন্তৰালৰ প্ৰকৃত কাৰণ চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে অৱগত নকৰাক কেন্দ্ৰ কৰি ক্ষুদ্ধ হৈ উঠিছে অঞ্চলবাসী।

ইফালে ধুবুৰী আৰু কোকৰাঝাৰৰ পৰা দিল্লীলৈ নিৰ্বাচিত সাংসদ সকলৰ উক্ত বিষয়ত নিৰৱতাই স্থানীয় ৰাইজক হতাশ কৰি তুলিছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ‘উড়ান-২’ আৰু ‘উড়ান-৪’ নামৰ আঁচনিৰ অধীনৰ নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানবন্দৰটো। ৰূপসী বিমানবন্দৰৰ পৰা কলিকতা আৰু গুৱাহাটীলৈ বিমান সেৱা ‘ফ্লাই বিগে’ আৰম্ভ কৰাৰ পিছৰ পৰাই উত্তৰ-পূবৰ নতুন বিমান বন্দৰৰ ভিতৰত সকলোতকৈ অধিক যাত্ৰী ৰূপসী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিছিল।

Tags: DhuburiRupsi Airport

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026
‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025