• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

অনুৰাগীক হতচকিত কৰি ইউৰো কাপৰ পৰা অৱসৰ ঘোষণা তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ

পেনাল্টি মিছ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিলে নেকি ৰোনাল্ডোৱে ?

Nation NE by Nation NE
July 2, 2024
in ক্ৰীড়া
0 0
অনুৰাগীক হতচকিত কৰি ইউৰো কাপৰ পৰা অৱসৰ ঘোষণা তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ
Share on FacebookShare on TwitterWhatsApp

ক্রিষ্টিয়ানো ৰোনাল্ডো! বিশ্ব ফুটবলৰ বাবে এটা চিৰ পৰিচিত নাম চি আৰ ছেভেন অৰ্থাৎ ক্রিষ্টিয়ানো ৰোনাল্ডো। ৰোনাল্ডোৰ ভৰিৰ যাদু চাবলৈ ভাল নোপোৱা ফুটবল অনুৰাগী হয়তো বিশ্বত কমেই ওলাব।

কিন্তু চলিত ইউৰো কাপত সোমবাৰে নিশা শ্লোভেনিয়াক পৰাস্ত কৰাৰ পিছতে সকলোকে আচৰিত কৰি ইউৰো কাপৰ পৰা অৱসৰ ঘোষণা কৰিলে পৰ্টুগালৰ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে।

অৱশ্যে বহু লোকে এইখনেই যে ৰোনাল্ডোৰ শেষ ইউৰো সেই কথা পূৰ্বেই ধাৰণা কৰিছিল যদিও টাইব্ৰেকাৰত শ্লোভেনিয়াক পৰাস্ত কৰি পৰ্টুগালে ইউৰোপৰ সৰ্বশ্ৰেষ্ঠ ফুটবল মহাৰণখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতেই যে এই আনুষ্ঠানিক ঘোষণা আহিব সেই কথা কোনেও কল্পনা কৰা নাছিল।

শ্লোভেনিয়াৰ বিৰুদ্ধে মেচখনত এইবাৰৰ ইউৰো ২০২৪ৰ অন্যান্য মেচ সমূহতকৈ অধিক প্ৰাণৱন্ত ৰূপত দেখা গৈছিল ৰোনাল্ডোক। কিন্তু সুযোগ কাৰ্য্যকৰী কৰাত বাৰে বাৰে ব্যৰ্থ হৈছিল ৰোনাল্ডো। এই ব্যৰ্থতা হতাশালৈ ৰূপান্তৰিত হৈছিল যেতিয়া খেলৰ অতিৰিক্ত সময়ৰ প্ৰথম হাফত পেনাল্টিত স্কোৰ কৰিবলৈ সক্ষম নহ’ল ৰোনাল্ডো। ষ্টেডিয়ামত বহি থকা দৰ্শকৰ মুখতো স্পষ্ট হৈছিল হতাশা।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এখন ফটোত এটা বিশেষ জাৰ্চিত ৰোনাল্ডোৰ এজন সমৰ্থকক দেখা গৈছে আৰু জাৰ্চিটোত লিখা আছে, ‘২০ বছৰ ধৰি আপোনাৰ ফেন হৈ আছিলো। কিন্তু আজি নিশা নহয়’। অনুৰাগীৰ এনে হতাশাৰ বিপৰীতে ফিল্ডত উচুপি উঠিছিল ৰোনাল্ডো। সতীৰ্থই সান্তনা দিব লগীয়া হৈছিল ক্রিষ্টিয়ানো ৰোনাল্ডোক।

দুটা দশক ধৰি বিশ্বৰ কোটি কোটি ফুটবলপ্ৰেমীক মোহাচ্ছন্ন কৰি অহা মহাতাৰকাজনে যেন বুজি উঠিছিল-সময় সমাগত।

উল্লেখ্য যে কালি শ্লোভেনিয়াৰ বিৰুদ্ধে মেচখনত পৰ্টুগালৰ গ’লকীপাৰ কোষ্টাই টাই ব্ৰেকাৰত প্ৰথম তিনিটা শ্বট ৰক্ষা কৰি পৰ্তুগালৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে। অৱশ্যে প্ৰথমে ব্যৰ্থতা স্বত্বেও ৰোনাল্ডো, ব্ৰুনো ফাৰ্নাণ্ডেছ আৰু ছিলভাৰ গ’লেৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে পৰ্টুগাল।

কোৱাৰ্টাৰত পৰ্টুগাল মুখামুখি হ’ব ফ্ৰাঞ্চৰ। ৰোনাল্ডোই এতিয়ালৈকে পৰ্টুগালৰ বাবে ২১০খন খেলত ১৩০টা গ’ল স্কোৰ কৰাৰ লগতে ৪৭টা এচিষ্ট কৰিছে। ইয়াৰ উপৰি ইউৰোত ১৪টা গ’লেৰে সৰ্বাধিক স্ক’ৰাৰৰ তালিকাৰ শীৰ্ষত আছে ৰোনাল্ডো।

কিন্তু সকলো ফুটবল অনুৰাগীৰ মনত এটাই প্ৰশ্ন- এমবাপেৰ দৰে তাৰকা সমৃদ্ধ ফান্সৰ বিপক্ষে সফল হ’বনে চি আৰ ছেভেন? সুখকৰ বিদায় সম্ভৱ হ’ব নে বিশ্বতাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ?

Tags: #CristianoRonaldo

Related Posts

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
Top News

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

November 6, 2025
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য
Top News

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

November 3, 2025
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?
Top News

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?

November 2, 2025
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

November 2, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…
Top News

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025