• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

পাকিস্তানৰ বিৰুদ্ধে খেলৰ পূৰ্বে বিপদত ভাৰত, পূৰ্বে সকীয়াই দিছিল দ্ৰাবিড়ে

Nation NE by Nation NE
June 6, 2024
in ক্ৰীড়া
0 0
পাকিস্তানৰ বিৰুদ্ধে খেলৰ পূৰ্বে বিপদত ভাৰত, পূৰ্বে সকীয়াই দিছিল দ্ৰাবিড়ে
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি আছে আই চি চি টি-২০ বিশ্বকাপ ২০২৪। ভাৰতীয় দলটোৱে প্ৰথম ৩ খন মেচ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত খেলিব। এই ষ্টেডিয়ামখনতে বাংলাদেশৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিছিল ভাৰতে। মেচখনত ভাৰতে বৃহৎ জয় লাভ কৰিছিল।

ইয়াৰ পিছত বুধবাৰে ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ খেলখনো একেখন খেলপথাৰতে অনুষ্ঠিত হয়, য’ত ভাৰতে জয়লাভ কৰে।

জয়েৰে অভিযান আৰম্ভ কৰিলেও পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে চিন্তাত পৰিছে ভাৰতীয় দল তথা মেনেজমেন্ট।

ইতিমধ্যে এই সন্দৰ্ভত সকীয়াই দিছিল টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে।

উল্লেখ্য যে বাংলাদেশৰ বিৰুদ্ধে প্ৰস্তুতি মেচৰ পূৰ্বেই ৰাহুল দ্ৰাবিড়ে পিটচ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছিল। এই খেলপথাৰত খেলুৱৈয়ে সাৱধানে খেলিব লাগিব, অন্যথা খেলুৱৈ আঘাত পোৱাৰ পূৰ্ণ সম্ভাবনা আছে।

আয়াৰলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত হৈ যোৱা মেচখনত দ্ৰাবিড়ৰ ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয়।

অৰ্ধশতক অৰ্জন কৰাৰ পিছত ৰোহিতৰ সোঁহাতত বলে আঘাত কৰাৰ পিছত খেলপথাৰ ত্যাগ কৰিবলগীয়া হৈছিল।

ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ বেটিং কৰিবলৈ আহিছিল যদিও মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হৈছিল। ভাৰতীয় দলটোৱে বেটিং কৰি থকাৰ সময়তে অকল ৰোহিত শৰ্মাই নহয়, ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয়। অৱশ্যে পন্তৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আমেৰিকাত চলি থকা বিশ্বকাপৰ মেচসমূহ ড্ৰপিং পিটচত চলি থকাৰ বাবে খেলুৱৈসকল আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Related Posts

IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য
ক্ৰীড়া

March 16, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026
T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ;  জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…

March 7, 2026
T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

March 5, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025