• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

চেলোৱাৰ পিন্ধি ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলুৱৈ ৰূপত দ্ৰৌপদী মূৰ্মু

Nation NE by Nation NE
July 11, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
চেলোৱাৰ পিন্ধি ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলুৱৈ ৰূপত দ্ৰৌপদী মূৰ্মু
Share on FacebookShare on TwitterWhatsApp

হাতত ৰেকেট লৈ অলিম্পিক বিজয়ী ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে। ১০ জুলাইত ৰাষ্ট্ৰপতি ভৱনৰ বেডমিন্টত গ্ৰাউণ্ডত চেলোৱাৰ পৰিধান কৰি বেডমিন্টন খেলিলে ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতিৰ বেডমিন্টন খেলা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আনকি বেডমিন্টন খেলাৰ ফটো-ভিডিঅ’ ৰাষ্ট্ৰপতিয়ে এক্স আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ইফালে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সৈতে বেডমিণ্টন খেলাৰ পিছত ছাইনা নেহৱালে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়- ‘এইটো মোৰ জীৱনৰ এটা স্মৰণীয় দিন… মোৰ সৈতে বেডমিণ্টন খেলাৰ বাবে ৰাষ্ট্ৰপতি মেডামক বহুত ধন্যবাদ।‘

উল্লেখ্য যে, কৰ্মৰ বাবে সদা ব্যস্ত থকা ৰাষ্ট্ৰপতিৰ বেডমিন্টন খেলা ভিডিঅ’ সকলোৱে প্ৰশংসা কৰিছে। ৬৬ বৰ্ষীয় ৰাষ্ট্ৰপতিগৰাকীয়ে এজন যুৱ খেলুৱৈৰ দৰে বেডমিন্টন খেলাৰ দৃশ্য আন বহুতো খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পাৰে।

Tags: #BadmintonDroupadi MurmuOlympicSaina Nehwal

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025