Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Language -
অসমীয়া
  • English

Tag: Bye Election

বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষী বাহিনীৰ অভিযান

বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষী বাহিনীৰ অভিযান

বুধবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে বিপদত পৰিছে ...

বিজেপিক ভোট দিলে অৰুণোদয় দিম, নহ’লে নিদিও : ভয়েৰে ভোট আদায়ৰ চেষ্টা জয়ন্ত মল্ল বৰুৱাৰ

বিজেপিক ভোট দিলে অৰুণোদয় দিম, নহ’লে নিদিও : ভয়েৰে ভোট আদায়ৰ চেষ্টা জয়ন্ত মল্ল বৰুৱাৰ

উপ-নিৰ্বাচনৰ ধলাইত ভয়ৰ ৰাজনীতি আৰম্ভ কৰিছে কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। সংখ্যালঘু ভোটাৰক ভয় দেখুৱাই এতিয়া ভোট আদায়ত নামিছে মন্ত্ৰীগৰাকী। ...

অহা ১৩ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা অসমৰ এই পাঁচটা সমষ্টিত

অহা ১৩ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা অসমৰ এই পাঁচটা সমষ্টিত

লোকসভা নিৰ্বাচনৰ পিছৰে পৰা খালী হৈ থকা পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে ৰাজ্যৰ ...

শাসনত আছে বিজেপি, কংগ্ৰেছক ভোট দিলে একো লাভ নহ’ব : হিমন্ত বিশ্ব শৰ্মা

শাসনত আছে বিজেপি, কংগ্ৰেছক ভোট দিলে একো লাভ নহ’ব : হিমন্ত বিশ্ব শৰ্মা

অসমৰ উপ-নিৰ্বাচনৰ বাবে তুংগত উঠিছে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ ...

টোপ গিলিলে বিজেপিৰ! অৱশেষত মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ

টোপ গিলিলে বিজেপিৰ! অৱশেষত মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ

ধলাইত মনোনয়ন প্ৰত্যাহাৰ কৰিব নিৰ্দলীয় প্ৰাৰ্থী অমিয় কান্তি দাসে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত মনোনয়ন প্ৰত্যাহাৰ কৰি পুনৰ বিজেপিলৈ ...

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ; মুখ্যমন্ত্ৰীৰ পৰিচালনা সমিতি গঠন

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

আজি ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হ'ব নিৰ্বাচন। ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব ...

Page 2 of 2 1 2

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist