Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Language -
অসমীয়া
  • English

Tag: Election Commission

নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত; এতিয়াৰে পৰা EVMত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো

নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত; এতিয়াৰে পৰা EVMত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো

বিহাৰত ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণক লৈ চলি থকা বিতৰ্কৰ মাজতে বুধবাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে। এতিয়াৰে পৰা ...

FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত তীব্ৰ বাক্যবাণ অব্যাহত থকাৰ মাজতে সৰ্বোচ্চ ন্যায়ালয়ে ...

বিহাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ, ৩৩৪টা দলৰ পঞ্জীয়ন বাতিল

বিহাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ, ৩৩৪টা দলৰ পঞ্জীয়ন বাতিল

শনিবাৰে নিৰ্বাচন আয়োগে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি দেশৰ ৩৩৪ টা স্বীকৃতি নোপোৱা ৰাজনৈতিক দল অৰ্থাৎ RUPP ৰ পঞ্জীয়ন বাতিল ...

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

শুকুৰবাৰে ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে। সূচী অনুসৰি, অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত ...

নতুন আইনৰ ভিত্তিত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি

নতুন আইনৰ ভিত্তিত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি

দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰে নিযুক্তি লাভ কৰিছে। ১৮ ফেব্ৰুৱাৰীত ৰাজীৱ কুমাৰৰ পদত্যাগৰ পাছতেই দায়িত্বভাৰ গ্ৰহণ ...

EVM ডাটা ডিলিট নকৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

EVM ডাটা ডিলিট নকৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

ইভিএম সম্পৰ্কীয় এখন আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে যে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ইলেক্ট্ৰ’নিক ...

ধন ঘটিবলৈ ৰাজনীতিত প্ৰৱেশ কৰা নাই : ভগৱন্ত মান

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দিল্লীস্থিত বাসগৃহত নিৰ্বাচন আয়োগৰ দল

দিল্লীস্থিত কাপুৰথালা হাউচত থকা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ঘৰত নিৰ্বাচন আয়োগৰ এটা দলে তালাচী চলোৱাৰ খবৰ লাভ কৰা গৈছে। তালাচী ...

ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন

সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ! ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়তৰ নিৰ্বাচন

ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ লাগিছে তৎপৰতা। ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ দিশত অগ্ৰসৰ হৈছে ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist