Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Language -
অসমীয়া
  • English

Tag: #Flood

শ্ৰীলংকাত দিটৱাহাৰ প্ৰভাৱ, ১২৩ জনৰ প্ৰাণহানি, ভাৰতৰ আৰম্ভ অপাৰেচন সাগৰ বন্ধু

শ্ৰীলংকাত দিটৱাহাৰ প্ৰভাৱ, ১২৩ জনৰ প্ৰাণহানি, ভাৰতৰ আৰম্ভ অপাৰেচন সাগৰ বন্ধু

প্ৰচণ্ড বৰষুণ আৰু ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বানপানীয়ে শ্ৰীলংকাৰ স্বাভাৱিক জীৱনত ভয়াৱহ প্ৰভাৱ পেলাইছে। দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ তথ্য অনুসৰি, এই ...

শ্ৰীলংকাত ভয়াৱহ বানপানীৰ ফলত ৫৬ জনৰ মৃত্যু, ৬০ জনতকৈ অধিক লোক নিৰুদ্দেশ

শ্ৰীলংকাত ভয়াৱহ বানপানীৰ ফলত ৫৬ জনৰ মৃত্যু, ৬০ জনতকৈ অধিক লোক নিৰুদ্দেশ

কেইবাদিনো ধৰি আহি থকা মুষলধাৰ বৰষুণে শ্ৰীলংকাৰ এক বৃহৎ অঞ্চল ডুবাই ৰাখিছে। বানপানী আৰু ভূমিস্খলনে দৈনন্দিন জীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰিছে। ...

ভূমিস্খলনৰ ফলত দাৰ্জিলিঙত হাহাকাৰ, ২৮ জনৰ প্ৰাণহানি, সন্ধানহীন বহুজন…

ভূমিস্খলনৰ ফলত দাৰ্জিলিঙত হাহাকাৰ, ২৮ জনৰ প্ৰাণহানি, সন্ধানহীন বহুজন…

প্ৰবল বৰষুণ আৰু ভূমিস্খলনে পশ্চিম বংগৰ দাৰ্জিলিঙত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু এতিয়ালৈকে ২৮ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু ...

বৰষুণে পঞ্জাৱত ভংগ কৰিলে ২৫ বছৰীয়া অভিলেখ, বহু লোকৰ প্ৰাণহানি, ১৯০০ খন গাঁও বানৰ কবলত

বৰষুণে পঞ্জাৱত ভংগ কৰিলে ২৫ বছৰীয়া অভিলেখ, বহু লোকৰ প্ৰাণহানি, ১৯০০ খন গাঁও বানৰ কবলত

২০২৫ চনৰ আগষ্ট মাহত পঞ্জাৱত ২৫৩.৭ মিলিমিটাৰ বৰষুণ হৈছিল বিগত ২৫ বছৰৰ ভিতৰত সৰ্বাধিক। বৰ্তমান পঞ্জাৱৰ ২৩খন জিলাৰ ১৯০০খন গাঁও ...

পঞ্জাৱক দুৰ্যোগ প্ৰভাৱিত ৰাজ্য ঘোষণা; এই পৰ্যন্ত ৩০ৰো অধিক লোকৰ মৃত্যু

পঞ্জাৱক দুৰ্যোগ প্ৰভাৱিত ৰাজ্য ঘোষণা; এই পৰ্যন্ত ৩০ৰো অধিক লোকৰ মৃত্যু

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উদ্ভৱ হোৱা বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পঞ্জাৱত। ৰাজ্যখনৰ ২৩খন জিলাই পৰিছে ...

হিমাচলৰ বহুঠাইত ডাৱৰ বিস্ফোৰণ, ভূমিস্খলনৰ বাবে বিপদ বৃদ্ধি

‘জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েই ভয়ংকৰ বানৰ প্ৰধান কাৰণ’- মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখ্যু

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েই হিমাচল প্ৰদেশত বানপানীৰ প্ৰধান কাৰণ বুলি কয় মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখ্যুৱে। এই জটিল সময়ত ...

প্ৰচণ্ড বৰষুণৰ পিছত জম্মুৰ বহু ঠাইত বান সদৃশ পৰিস্থিতি, উদ্ধাৰ অভিযান অব্যাহত

হিমাচলত বিধ্বংসী বৰষুণ, ৫ ঠাইত ডাৱৰ বিস্ফোৰণে উটুৱালে ঘৰ, বাহন, আপেলৰ বাগিচা, সতৰ্কবাণী জাৰি

হিমাচলত বৰ্তমানেও বন্ধ হোৱা নাই বৰষুণৰ ধ্বংসলীলা। ২৯ আগষ্টৰ নিশা ৰাজ্যখনৰ ৫টা স্থানত ডাৱৰ বিস্ফোৰণৰ ফলত বহু ঘৰ, যান-বাহন আৰু ...

পাকিস্তানত বানৰ বাবে ধ্বংসলীলা, ৫ লাখ লোক গৃহহীন, বৰ্তমানলৈ প্ৰায় ৮০০ৰো অধিক লোকৰ প্ৰাণহানি

পাকিস্তানত বানৰ বাবে ধ্বংসলীলা, ৫ লাখ লোক গৃহহীন, বৰ্তমানলৈ প্ৰায় ৮০০ৰো অধিক লোকৰ প্ৰাণহানি

বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে পাকিস্তানত অথন্তৰৰ সৃষ্টি কৰিছে। পঞ্জাৱ সীমান্তত হোৱা বানে কেইবাখনো গাঁও ভৰাই পেলাইছে। সকলো ...

প্ৰচণ্ড বৰষুণৰ ফলত পঞ্জাৱ ভয়ংকৰ পৰিস্থিতি, বহুলোকক স্থানান্তৰ…

প্ৰচণ্ড বৰষুণৰ ফলত পঞ্জাৱ ভয়ংকৰ পৰিস্থিতি, বহুলোকক স্থানান্তৰ…

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, যাৰ বাবে জনসাধাৰণে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। প্ৰশাসনে ...

প্ৰচণ্ড বৰষুণৰ পিছত জম্মুৰ বহু ঠাইত বান সদৃশ পৰিস্থিতি, উদ্ধাৰ অভিযান অব্যাহত

প্ৰচণ্ড বৰষুণৰ পিছত জম্মুৰ বহু ঠাইত বান সদৃশ পৰিস্থিতি, উদ্ধাৰ অভিযান অব্যাহত

জম্মু-কাশ্মীৰৰ বহু জিলাত অবিৰতভাৱে বৰষুণ দি আছে। বহু ঠাইত পানী জমা হোৱাৰ সমস্যাৰ সৈতে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণৰ ...

Page 1 of 4 1 2 4

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist