• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্ৰীলংকাত ভয়াৱহ বানপানীৰ ফলত ৫৬ জনৰ মৃত্যু, ৬০ জনতকৈ অধিক লোক নিৰুদ্দেশ

Nation NE by Nation NE
November 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শ্ৰীলংকাত ভয়াৱহ বানপানীৰ ফলত ৫৬ জনৰ মৃত্যু, ৬০ জনতকৈ অধিক লোক নিৰুদ্দেশ
Share on FacebookShare on TwitterWhatsApp

কেইবাদিনো ধৰি আহি থকা মুষলধাৰ বৰষুণে শ্ৰীলংকাৰ এক বৃহৎ অঞ্চল ডুবাই ৰাখিছে। বানপানী আৰু ভূমিস্খলনে দৈনন্দিন জীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰিছে। শেহতীয়া চৰকাৰী প্রতিবেদন অনুসৰি, এই পৰ্যন্ত ৫৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০০ৰো অধিক ঘৰৰ ভয়াৱহ ক্ষতিসাধন হৈছে৷ বানপানীৰ বাবে নিৰুদ্দেশ হৈ আছে ৬০ জনৰো অধিক লোক।

তথ্য অনুসৰি, শ্ৰীলংকাৰ মধ্য পাহাৰীয়া অঞ্চলত এই পৰিস্থিতি আটাইতকৈ ভয়াৱহ বুলি কোৱা হৈছে। বাদুল্লা আৰু নুৱাৰা এলিয়াৰ দৰে চাহ উৎপাদনকাৰী অঞ্চলত সঘনাই ভূমিস্খলনৰ সন্মুখীন হোৱাৰ ফলত তাত বাস কৰা পৰিয়ালসমূহৰ বাবে যথেষ্ট কষ্টৰ সৃষ্টি হৈছে। বহু ঘৰ বোকাত পোত গৈছে, কেইবাখনো গাঁও থানবান হৈ গৈছে। এই দুখন জিলাই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বানপানীৰ ফলত।

 ধাৰাবাহিকভাৱে অধিক ভয়াৱহ পৰিস্থিতিৰ পোহৰত প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। চৰকাৰৰ সকলো কার্যালয় আৰু বিদ্যালয় আপাততঃ বন্ধ থাকিব বুলি ঘোষণা কৰিছে৷ নদী আৰু জলাশয়বোৰ বিপদজনকভাৱে উচ্চ পানীৰ স্তৰত আছে, সেয়েহে মানুহক বাহিৰৰ কাম-কাজ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ভূমিস্খলন আৰু বানপানীৰ বাবে বহু বৃহৎ পথ বন্ধ হৈ পৰিছে। কিছুমান অঞ্চলত ৰে’লপথত ধ্বংসাৱশেষ জমা হোৱাৰ ফলত কেইবাখনো ৰে’ল বন্ধ কৰিবলগীয়া হৈছে। ৰাজধানী কলম্বো আৰু দুৰ্গম জিলাসমূহৰ মাজত যাতায়ত কাৰ্যতঃ বন্ধ হৈ পৰিছে।

ছাদত আবদ্ধ হৈ থকা লোকসকলক হেলিকপ্টাৰেৰে উলিয়াই আনিছে। নৌসেনাৰ দলসমূহে নাও ব্যৱহাৰ কৰি বানপানীৰ ফলত আবদ্ধ হৈ থকা পৰিয়ালসমূহক সুৰক্ষিত স্থানলৈ লৈ গৈছে। বহু গাঁও ডুব গৈ আছে, গতিকে সাহায্যৰ কাম অব্যাহত আছে।

বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে, বৰষুণ বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই, আৰু অহা ৪৮ ঘণ্টাত পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে। নতুন অঞ্চলত ভূমিস্খলনৰ আশংকা। উচ্চ স্থানত আশ্ৰয় লৈ সাৱধানতা অৱলম্বন কৰিবলৈ চৰকাৰে আহ্বান জনাইছে।

Tags: #FloodincidentSri Lanka

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025