প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট মেচ; ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্ৰিকা
কেইবাখনো আন্তঃৰাষ্ট্ৰীয় টি-২০ আৰু আই পি এলৰ মেচ সুকলমে অনুষ্ঠিত কৰা গুৱাহাটীৰ বৰ্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ...