Saturday, September 6, 2025
30 °c
Guwahati
29 ° Sun
29 ° Mon
Language -
অসমীয়া
  • English

Tag: Mamata Banerjee

TMC গ’লেহে প্ৰকৃত উন্নয়ন হ’ব পশ্চিম বংগৰ : মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

TMC গ’লেহে প্ৰকৃত উন্নয়ন হ’ব পশ্চিম বংগৰ : মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বিহাৰৰ গয়াত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত উপস্থিত ...

বিগত বৰ্ষৰ তুলনাত এইবাৰ অধিক ধন লাভ কৰিব দুৰ্গা পূজা আয়োজক সমিতিসমূহে; এই ঘোষণা বেনাৰ্জী চৰকাৰৰ

বিগত বৰ্ষৰ তুলনাত এইবাৰ অধিক ধন লাভ কৰিব দুৰ্গা পূজা আয়োজক সমিতিসমূহে; এই ঘোষণা বেনাৰ্জী চৰকাৰৰ

পশ্চিম বংগৰ দুৰ্গা পূজাৰ কমিটিসমূহলৈ ডাঙৰ খবৰ। বৃহস্পতিবাৰে পশ্চিম বংগ চৰকাৰে দুৰ্গা পূজাৰ আয়োজক সমিতিসমূহৰ বাবে এটা ডাঙৰ ঘোষণা কৰি ...

বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে শাসনত অধিষ্ঠিত হৈ ...

পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নল’লে পশ্চিম বংগই : মমতাক সমালোচনা বিজেপি নেত্ৰীৰ

পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নল’লে পশ্চিম বংগই : মমতাক সমালোচনা বিজেপি নেত্ৰীৰ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত-পাকিস্তানত। ২৬ গৰাকীকৈ নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ পিছৰে পৰা পাকিস্তানৰ ...

বাইক চালকৰ বাবে ডাঙৰ ঘোষণা; নথি-পত্ৰ নাথাকিলে দিব নালাগে জৰিমনা

৪০ শতাংশ মুছলমান, ইয়াৰ পিছতো শান্তিত অসম : হিমন্ত বিশ্ব শৰ্মা

ৱাকফ সংশোধনী আইনক লৈ দেশজুৰি চলি আছে তীব্ৰ প্ৰতিবাদ। মুছলমান লোকসকলে এই আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ ...

বংগত প্ৰযোজ্য হ’ব নিদিও ৱাকফ আইন : মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা

বংগত প্ৰযোজ্য হ’ব নিদিও ৱাকফ আইন : মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা

ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিম বংগত চলি থকা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত এই ...

ৱাকফ বিধেয়কক লৈ ডাঙৰ মন্তব্য তৃণমূল প্ৰধান মমতা বেনাৰ্জীৰ

ৱাকফ বিধেয়কক লৈ ডাঙৰ মন্তব্য তৃণমূল প্ৰধান মমতা বেনাৰ্জীৰ

ৱাকফ সংশোধনী বিধেয়কক লৈ চলি থকা প্ৰতিক্ৰিয়াৰ মাজতে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বোকা চটিওৱাৰ ৰাজনীতি। ইয়াৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ...

লোকসভাত মমতা বেনাৰ্জীক লৈ অমিত শ্বাহৰ ডাঙৰ অভিযোগ

লোকসভাত মমতা বেনাৰ্জীক লৈ অমিত শ্বাহৰ ডাঙৰ অভিযোগ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৭ মাৰ্চত লোকসভাত অভিভাষণ আৰু বিদেশী বিধেয়ক ২০২৫ সন্দৰ্ভত ভাষণ দি বংগ চৰকাৰক লক্ষ্য কৰি লয়। ...

বাইকত অহা দুৰ্বৃত্তৰ গুলীত মৃত্যু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতাৰ

বাইকত অহা দুৰ্বৃত্তৰ গুলীত মৃত্যু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতাৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতা বাবলা সৰকাৰক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। দিন দুপৰতে বাইকত অহা দুৰ্বৃত্তই ঘটনাটো ...

বাংলাদেশৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ, ৰাষ্ট্ৰসংঘৰ পৰা সহায়ৰ বাবে আবেদন

মমতাই পাবনে INDIAৰ কমাণ্ড? কেজৰিৱাল আৰু শাৰদ পাৱাৰৰ মাজত আজি আলোচনা

ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বক লৈ ৰাজনৈতিক বাক্যবাণ চলি আছে। তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীক সমৰ্থন জনাই ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু যাদৱে ...

Page 1 of 2 1 2

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist