Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Language -
অসমীয়া
  • English

Tag: Syria

ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ইজৰাইলে ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত বৃহৎ বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ মূল লক্ষ্য আছিল ছিৰিয়াৰ প্ৰতিৰক্ষা ...

ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন নকৰে ছিৰিয়াই! এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীৰ তুৰস্ক ভ্ৰমণৰ পিছৰে পৰা ছিৰিয়াই ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বিষয়ে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে চৰকাৰী সূত্ৰৰ ...

হামাছ-ইজৰাইল যুদ্ধ কাইলৈ ​​শেষ হ’ব; কিন্তু বেঞ্জামিন নেতান্যাহুয়ে বান্ধি দিলে এক বিশেষ চৰ্ত

পুনৰ তীব্ৰতৰ হ’ল গাজাৰ পৰিস্থিতি, ৮৩০ৰো অধিক লোকৰ প্ৰাণহানি

ইজৰাইলৰ আক্ৰমণত তীব্ৰতৰ হৈ পৰিছে গাজাৰ আকাশ-বতাহ।ইজৰাইলৰ সেনাৰ তথ্য অনুসৰি, ১৮ মাৰ্চত যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পিছতেই ৪৩০ টাতকৈও অধিক লক্ষ্যত ...

ছিৰিয়াৰ ৰাজধানীত বৃদ্ধি অস্থিৰতা! কিন্তু কিয়?

ছিৰিয়াৰ ৰাজধানীত বৃদ্ধি অস্থিৰতা! কিন্তু কিয়?

২৫ ফেব্ৰুৱাৰীত ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ আৰু দক্ষিণ প্ৰদেশ দাৰাত বিমান আক্ৰমণ চলায় ইজৰাইলৰ যুদ্ধ বিমানে। নিৰাপত্তা সূত্ৰ আৰু ছিৰিয়াৰ সংবাদ ...

ছিৰিয়াত মুছলমানৰ মাজত সংঘৰ্ষ,  ৯ জনৰ প্ৰাণহানি

ছিৰিয়াত মুছলমানৰ মাজত সংঘৰ্ষ, ৯ জনৰ প্ৰাণহানি

ছিৰিয়াৰ উত্তৰ আলেপ্পো প্ৰদেশত কুৰ্দি নেতৃত্বাধীন ছিৰিয়ান ডেম’ক্ৰেটিক ফৰ্চৰ আক্ৰমণত তুৰ্কীৰ ৯ জন জোৱানে প্ৰাণ হেৰুৱাৰ লগতে ১১ জন আহত ...

কি চলিছে ছিৰিয়াত ? ক’লৈ গ’ল পৰিয়ালসহ ছিৰিয়াৰ ৰাষ্ট্ৰপতি ?

আছাদক উৎখাত কৰা ছিৰিয়াৰ বিদ্ৰোহী নেতালৈ ঘোষণা কৰা পুৰস্কাৰ প্ৰত্যাহাৰ আমেৰিকাৰ

ছিৰিয়াৰ নতুন নেতা আল শ্বাৰাক উৎখাত কৰাৰ বাবে নিৰ্ধাৰিত পুৰস্কাৰ প্ৰত্যাহাৰ কৰে বাইডেন প্ৰশাসনে। ছিৰিয়াৰ এজন বিদ্ৰোহী নেতাক বন্দী কৰাৰ ...

কি চলিছে ছিৰিয়াত ? ক’লৈ গ’ল পৰিয়ালসহ ছিৰিয়াৰ ৰাষ্ট্ৰপতি ?

আছাদ চৰকাৰৰ পতনৰ পিছত ছিৰিয়া দখল কৰিব বিচৰা ৫খন চুবুৰীয়া দেশ কোন?

বাছাৰ আল আছাদ চৰকাৰৰ পতনৰ পিছত ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ বিদ্ৰোহীৰ নিয়ন্ত্ৰণ আছে, যদিও শাসন ব্যৱস্থা কেনেদৰে চলিব সেই সন্দৰ্ভত এতিয়াও ...

১ মাহ ২২ দিনৰ পাছত ইৰাণৰ উচ্চতম নেতাৰ ভাষণ, পোৱা যাব সকলো প্ৰশ্নৰ উত্তৰ

মুছলমান দেশৰ পৰা ইৰাণলৈ ধমক! সৰ্বোচ্চ নেতা খামিনিৰ ইংগিত

ছিৰিয়াত হোৱা অভ্যুত্থান সন্দৰ্ভত ভাষণ প্ৰদান কৰে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামিনিই। তেওঁ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে আছাদ চৰকাৰৰ ...

কি চলিছে ছিৰিয়াত ? ক’লৈ গ’ল পৰিয়ালসহ ছিৰিয়াৰ ৰাষ্ট্ৰপতি ?

অশান্ত ছিৰিয়া, ৭৫ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

ছিৰিয়াৰ ক্ষমতা এতিয়া বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত। বিদ্ৰোহীৰ দখলত থকাৰ পাছতো বহু ঠাইত বিস্ফোৰণ সংঘটিত হৈ আছে। আক্ৰমণ সংঘটিত হৈছে। চৰকাৰী ...

Page 1 of 2 1 2

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist