• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমান দেশৰ পৰা ইৰাণলৈ ধমক! সৰ্বোচ্চ নেতা খামিনিৰ ইংগিত

Nation NE by Nation NE
December 12, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১ মাহ ২২ দিনৰ পাছত ইৰাণৰ উচ্চতম নেতাৰ ভাষণ, পোৱা যাব সকলো প্ৰশ্নৰ উত্তৰ
Share on FacebookShare on TwitterWhatsApp

ছিৰিয়াত হোৱা অভ্যুত্থান সন্দৰ্ভত ভাষণ প্ৰদান কৰে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামিনিই। তেওঁ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে আছাদ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

খামিনিয়েই কয় যে, ছিৰিয়াত যিয়েই নহওক কিয়, সেয়া আমেৰিকা আৰু ইজৰাইলৰ ষড়যন্ত্ৰৰ অংশ বুলি কোনেও সন্দেহ কৰা উচিত নহয়।

ভাষণত ইৰাণৰ উচ্চতম নেতাই চুবুৰীয়া দেশ ছিৰিয়াক লক্ষ্য কৰি আমেৰিকা আৰু ইজৰাইলক মূল ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে।

ইৰাণৰ উচ্চতম নেতা খামিনিয়ে কয় যে, তেওঁলোকৰ হাতত ইয়াৰ প্ৰমাণ আছে, যিয়ে কাৰো বাবে সন্দেহৰ কোনো পৰিসৰ এৰি নিদিয়ে। এই সমগ্ৰ কাণ্ডৰ সময়ছোৱাত ইৰাকে ইৰাণৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে আৰু ইৰাণৰ সিদ্ধান্তৰ বাবেও অপেক্ষা কৰি আছে।

২৭ নৱেম্বৰৰ পৰা ছিৰিয়াত চলি থকা পৰিস্থিতিৰ বাবে তুৰস্কৰ বিৰুদ্ধে নিৰন্তৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও খামিনিৰ ভাষণৰ পিছত সন্দেহৰ বেজীও জৰ্ডানৰ ফালেলৈ গৈছে।

মধ্যপ্ৰাচ্যৰ আৰব দেশসমূহৰ ভিতৰত ইজৰাইল একমাত্ৰ ইহুদী দেশ।এপ্ৰিল মাহত যেতিয়া ইৰাণে ছিৰিয়াত থকা নিজৰ দূতাবাসৰ ওচৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল, তেতিয়া জৰ্ডানে নিৰাপত্তাৰ ঢাল হিচাপে থিয় দিছিল।

ইৰাণে নিক্ষেপ কৰা অধিকাংশ ড্ৰোন আৰু মিছাইল জৰ্ডানে নিজৰ আকাশমাৰ্গৰ ভিতৰতে নিক্ষেপ কৰিছিল। ১ অক্টোবৰত যেতিয়া ইৰাণে ইজৰাইলৰ ওপৰত প্ৰায় ১৮০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল, তেতিয়াও জৰ্ডানে নিজৰ সীমান্তৰ ভিতৰতে সেইবোৰক বাধা দিবলৈ চেষ্টা কৰিছিল।

ইফালে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাক আমেৰিকাৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয় আৰু তেওঁ ইজৰাইলক মুকলিকৈ সহায় কৰি আহিছে। প্ৰায় ১.২৫ বিলিয়ন জনসংখ্যাৰ চুন্নী প্ৰধান আৰব দেশ জৰ্ডানতো আমেৰিকাৰ সামৰিক ঘাটি আছে যদিও আচৰিত কথাটো হ’ল যে ই পেলেষ্টাইনীসকলৰ অধিকাৰৰ পোষকতা কৰি আহিছে।

জৰ্ডানত ছিৰিয়া আৰু পেলেষ্টাইনী শৰণাৰ্থীৰ সংখ্যা লাখ লাখ। ইৰাক যুদ্ধ, ছিৰিয়াৰ গৃহযুদ্ধ আৰু পেলেষ্টাইনৰ ওপৰত ইজৰাইলে আক্ৰমণৰ ফলত জৰ্ডানত শৰণাৰ্থীৰ সংখ্যা তাত থকা থলুৱা জনসংখ্যাৰ প্ৰায় সমান হৈছে। অনুমান কৰা হৈছে যে, জৰ্ডানৰ ১ কোটি ১৫ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ৩৫ লাখ পেলেষ্টাইনী শৰণাৰ্থী আৰু ১০ লাখ ছিৰিয়ান শৰণাৰ্থী আছে।

আকৌ তুৰস্ক হৈছে ছিৰিয়াৰ চুবুৰীয়া দেশ আৰু ছিৰিয়াই ইয়াৰ সৈতে ৯০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আটাইতকৈ দীঘলীয়া সীমান্ত ভাগ কৰে। জৰ্ডানৰ দৰে তুৰস্কও চুন্নী সংখ্যাগৰিষ্ঠ দেশ।

পেলেষ্টাইনৰ বিষয়ত ইজৰাইলক আক্রমণ কৰি আহিছে যদিও ইজৰাইলে গাজাত আক্রমণ কৰাৰ পাছতো টেল আভিভৰ সৈতে বাণিজ্যিক সম্পর্ক অক্ষুণ্ণ ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

দৰাচলতে তুৰস্কত প্ৰায় ৩২ লাখ ছিৰিয়ান শৰণাৰ্থীয়ে বাস কৰে, যি দেশখনৰ বাবে এক বৃহৎ স্থানীয় সংকটত পৰিণত হৈছে। ইয়াৰ উপৰিও ছিৰিয়াৰ সীমান্তত উপস্থিত কুৰ্দি যোদ্ধাসকলো ইয়াৰ বাবে এক ডাঙৰ ভাবুকি হৈয়ে আছে।

Tags: IranSyriaWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025