Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Language -
অসমীয়া
  • English

Tag: Telangana

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী পুত্ৰ বা জীয়ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে তেলেংগানা চৰকাৰ। ৰাজ্য চৰকাৰে ...

স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

তেলেংগানাৰ কোমাৰাম ভীম আছিফাবাদ জিলাৰ মথুগুদাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হৈছে। তীব্ৰ ...

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত ৭জন মাওবাদী নিহত

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত ৭জন মাওবাদী নিহত

তেলেংগানাৰ মুলুগু জিলাত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত তীব্ৰ সংঘৰ্ষৰ খবৰ আহিছে। দুয়ো পক্ষৰ মাজত চলা এনকাউণ্টাৰত ৭জন মাওবাদী নিহত ...

ভয়াৱহ বান পৰিস্থিতি; দুই ৰাজ্যলৈ কোটি টকাৰ আৰ্থিক সাহায্য অভিনেতা জুনিয়ৰ এন টি আৰৰ

ভয়াৱহ বান পৰিস্থিতি; দুই ৰাজ্যলৈ কোটি টকাৰ আৰ্থিক সাহায্য অভিনেতা জুনিয়ৰ এন টি আৰৰ

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানত দুয়োখন ৰাজ্যৰ ...

প্ৰকৃতিৰ কালৰূপ! ধাৰাসাৰ বৰষুণৰ ফলত ১৯ গৰাকীৰ মৃত্যু, শিক্ষানুষ্ঠান বন্ধ, বাতিল ৰেল সেৱা

প্ৰকৃতিৰ কালৰূপ! ধাৰাসাৰ বৰষুণৰ ফলত ১৯ গৰাকীৰ মৃত্যু, শিক্ষানুষ্ঠান বন্ধ, বাতিল ৰেল সেৱা

গুজৰাটৰ পিছত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানত ...

আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

১০ বছৰীয়া বিবাদ নিষ্পত্তিৰ বাবে আজি প্ৰথমবাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মাজত বৈঠক অনুষ্ঠিত ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist