Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Language -
অসমীয়া
  • English

Tag: Weather

কুঁৱলীয়ে আৱৰিছে দেশৰ অধিকাংশ অঞ্চল, কাশ্মীৰৰ পৰা উত্তৰাখণ্ডত অহা ৫ দিনলৈ…

কুঁৱলীয়ে আৱৰিছে দেশৰ অধিকাংশ অঞ্চল, কাশ্মীৰৰ পৰা উত্তৰাখণ্ডত অহা ৫ দিনলৈ…

উত্তৰ ভাৰতত ঘন কুঁৱলীৰ ফলত অব্যাহত আছে বিধ্বংসী কাৰ্য। মধ্য আৰু পূৱ ভাৰতৰ বহু অংশও বিশেষকৈ পুৱা আৰু নিশাৰ ভাগত ...

এইবাৰ অত্যন্ত শীতত কঁপিব ভাৰতবাসী,  কিয় ইমান সঘনাই সলনি হৈছে বতৰ? জানক সম্পূৰ্ণ তথ্য…

এইবাৰ অত্যন্ত শীতত কঁপিব ভাৰতবাসী, কিয় ইমান সঘনাই সলনি হৈছে বতৰ? জানক সম্পূৰ্ণ তথ্য…

বিশ্বৰ বতৰ বিজ্ঞানীসকলে সকীয়াই দিছে যে, চলিত বৰ্ষৰ শেষৰ ফালে লা নিনাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত বতৰৰ ধৰণত ...

গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়

উৎকট গৰমে দহিছে দেশবাসীক! জানক দেশৰ ভিন্ন ঠাইৰ গৰমৰ প্ৰকোপ…

জুন মাহতে উৎকট গৰমে দহিছে দেশবাসীক। মে’ মাহত দিল্লী, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যৰ বৰষুণে উৎকট গৰম অনুভৱ কৰিবলৈ নিদিয়ে ...

গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়

IMD ৰ সতৰ্কবাণী, বিধ্বংসী ৰূপ ধাৰণ কৰিলে গৰমে, ৩ বছৰত অভিলেখ সৃষ্টি কৰা নূন্যতম উষ্ণতা…

দ্ৰুতগতিত সলনি হৈছে দেশৰ ৰাজধানী দিল্লীৰ বতৰ। ইফালে আগন্তুক সময়ত নূন্যতম আৰু সৰ্বোচ্চ উষ্ণতা বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে। ...

গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়

প্ৰচণ্ড গৰমৰ বাবে Yellow Alert, ৫ দিনত তাপমাত্ৰা ৪২ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা

নতুন দিল্লী তথা ইয়াৰ অশে-পাশে থকা চহৰসমূহ প্ৰচণ্ড গৰমৰ বাবে যথেষ্ট অশান্তিত ভুগিছে। দিল্লীৰ তাপমাত্ৰাৰ বাবে সাধাৰণ নাগৰিকৰ অশান্তি বৃদ্ধি ...

কিমান দিনলৈ শ্বাসৰুদ্ধ হৈ থাকিব দিল্লী? ১০ অঞ্চলত ৪০০ অতিক্ৰম কৰিলে AQI

বৰষুণে ‘পৰিষ্কাৰ’ কৰিলে দিল্লীৰ বতাহ, জানক এই অঞ্চলবোৰৰ AQI

দিল্লীত বৰষুণৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা অৱনমিত হোৱা দেখা গৈছে। ৰাজধানীত হোৱা বৰষুণৰ পিছত আকস্মিক উন্নতি ঘটিছে। য’ত কেইদিনমান পূৰ্বে ...

তীব্ৰ গতিবেগেৰে আহিছে দানা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কতা

তীব্ৰ গতিবেগেৰে আহিছে দানা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কতা

ভাৰতত অব্যাহত কাল ঘূৰ্ণি দানাৰ তাণ্ডৱ লীলা।পশ্চিম বংগ, ওড়িশাত অব্যাহত আছে দানাৰ তাণ্ডৱ। এই  ঘূৰ্ণীবতাহৰ বাবেই পশ্চিম বংগ, ওড়িশাত বাতিল ...

দিল্লীত “শ্বাসৰুদ্ধকৰ” বতাহ, বতৰে কৰিছে প্ৰতাৰণা, কিমান হৈছে দিল্লীৰ AQI?

দিল্লীত “শ্বাসৰুদ্ধকৰ” বতাহ, বতৰে কৰিছে প্ৰতাৰণা, কিমান হৈছে দিল্লীৰ AQI?

দিল্লীত দিনৰ ভাগত প্ৰচণ্ড সূৰ্যৰ পোহৰৰ বাবে গৰমৰ সন্মুখীন হ’বলগীয়া হৈছে। আজিকালি দিল্লীবাসীয়ে কাহ, চৰ্দি, জ্বৰ, উশাহ-নিশাহৰ সমস্যা আদি গুৰুতৰ ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist