• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
27 °c
Guwahati
27 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰচণ্ড গৰমৰ বাবে Yellow Alert, ৫ দিনত তাপমাত্ৰা ৪২ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা

Nation NE by Nation NE
April 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়
Share on FacebookShare on TwitterWhatsApp

নতুন দিল্লী তথা ইয়াৰ অশে-পাশে থকা চহৰসমূহ প্ৰচণ্ড গৰমৰ বাবে যথেষ্ট অশান্তিত ভুগিছে। দিল্লীৰ তাপমাত্ৰাৰ বাবে সাধাৰণ নাগৰিকৰ অশান্তি বৃদ্ধি পাইছে। বতৰ বিজ্ঞান বিভাগে

বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে অহা কেইদিনমানৰ ভিতৰত দিল্লীৰ তাপমাত্ৰা ৪২ ডিগ্ৰীৰ ওপৰত থাকিব। এই কথা মনত ৰাখিয়েই বতৰ বিজ্ঞানীসকলে অপ্ৰয়োজনত ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনায়।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শনিবাৰে (৫ এপ্ৰিল)ত দিল্লীত প্ৰবল গ্ৰীষ্মবতাহ বলিব। ইয়াৰ লগতে বিভিন্ন স্থানত তাপ তৰংগৰ অৱস্থাৰ ভৱিষ্যদ্বাণীও কৰা হয়।

৫ এপ্ৰিলত দিনটোত সৰ্বোচ্চ উষ্ণতা প্ৰায় ৩৯ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ১৯ ডিগ্ৰী চেলছিয়াছ। আগন্তুক পাঁচ দিনত দিল্লীৰ তাপমাত্ৰা ৪০ৰ পৰা ৪২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে।

৪ এপ্ৰিলত দিল্লীৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩৮.৪ ডিগ্ৰী চেলছিয়াছ, আনহাতে সৰ্বনিম্ন ১৮.৮ ডিগ্ৰী চেলছিয়াছ বুলি বতৰ বিভাগে প্ৰকাশ কৰিছে।

দিল্লী মহানগৰীৰ আন আন মনিটৰিং ষ্টেচনতো শুকুৰবাৰে উচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে, ৰিজত সৰ্বোচ্চ তাপমাত্ৰা ৩৯.৪ ডিগ্ৰী চেলছিয়াছ, অয়ানগৰত ৩৮.১ ডিগ্ৰী চেলছিয়াছ, লোধি ৰোডত ৩৮ ডিগ্ৰী চেলছিয়াছ আৰু পালামত ৩৭ ডিগ্ৰী চেলছিয়াছত সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা হৈছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, ৪ এপ্ৰিলত দেশৰ ৰাজধানী চহৰখনৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই)২১৯ হয়। দিল্লীৰ বাবে বায়ুৰ গুণাগুণ আগতীয়া সতৰ্কবাণী ব্যৱস্থাই আগন্তুক দুদিনত ‘মধ্যমীয়া’ শ্ৰেণীত উপনীত হোৱাৰ সম্ভাৱনা আছে।  এক তথ্য অনুসৰি, ০ৰ পৰা ৫০ৰ ভিতৰত একিউআইক ‘ভাল’, ৫১ৰ পৰা ১০০ ‘সন্তোষজনক’, ১০১ৰ পৰা ২০০ ‘মধ্যমীয়া’, ২০১ৰ পৰা ৩০০ ‘দূৰ্বল’, ৩০১ৰ পৰা ৪০০ ‘অতি দূৰ্বল’ আৰু ৪০১ৰ পৰা ৫০০ক ‘গুৰুতৰ’ বুলি গণ্য কৰা হয়।

Tags: #DelhiReportWeather

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025