• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 5, 2025
27 °c
Guwahati
27 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

      Nation NE by Nation NE
      July 5, 2025
      in Top News, অসম
      0 0
      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?
      Share on FacebookShare on TwitterWhatsApp

      প্ৰায়ে দেখা যায় যে শনিৰ দশা চলিলে মানুহ অতি চিন্তিত হৈ পৰে, কিন্তু শনিৰ মহাদশাৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰম। তেতিয়াহে শনিৰ এই মহাদশাক জয় কৰিব পাৰিব।

      কিন্তু শনিদেৱে প্ৰতিদিনে বিৰূপ প্ৰভাৱ এৰি নাযায়, এই মহাদশাত বিভিন্ন পৰ্যায় আছে আৰু ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ।

      শনিদেৱে অশুভ পথত থকাসকলকহে শাস্তি দিয়ে। যিসকলে সত্য, কঠোৰ পৰিশ্ৰমী আৰু সৎ জীৱন যাপন কৰে তেওঁলোকৰ বাবে শনিয়ে “কৰ্ম ৰক্ষক”ৰ ভূমিকা পালন কৰে। শনিৰ মহাদশাৰ এই সময়খিনিয়ে আমাক জীৱনৰ গভীৰতাৰ সৈতে সংযোগ স্থাপনৰ লগতে বিক্ষিপ্ততাৰ পৰা আঁতৰি থকাৰ সুযোগ দিয়ে।

      জানো আহক শনিৰ মহাদশাৰ প্ৰভাৱ কিমান দিনলৈ থাকে আৰু ই কেনেধৰণে প্ৰভাৱ পেলায়-

      প্ৰথম ১০০ দিনঃ জ্যোতিষী পৰাশৰৰ মতে শনিদেৱৰ মহাদশাৰ প্ৰথম ১০০ দিনত শনিয়ে শৰীৰত অসুস্থতাৰ সৃষ্টি কৰে।

      অহা ৪০০ দিন: শনিৰ মহাদশাৰ ১০০ দিনৰ পিছৰ ৪০০ দিনত ব্যক্তিএজনৰ সোঁহাতত অধিক প্ৰভাৱ পৰে যদিও টকা-পইচাৰ ক্ষেত্ৰত অধিক লাভ হোৱাৰো সম্ভাৱনা থাকে।

      ৬০০ দিন পিছত: আগন্তুক ৬০০ দিনত ভৰি দুখন আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে। যাতায়ত অধিক হয়, টকাৰ লোকচানৰ হয়৷

      পিছৰ ৪০০ দিন: এই কেইদিনত বাওঁহাতত প্ৰভাৱ পৰিব পাৰে, জীৱনলৈ দৰিদ্ৰতা আহিবলৈ আৰম্ভ কৰে, যেনেকৈ দৰমহা কৰ্তন, লোকচানৰ সম্ভাৱনা বৃদ্ধি হয়।

      তাৰ পিছৰ ৫০০ দিন: এই দিনত পেটত ঘাঁ হ’ব পাৰে বা পেটৰ লগত জড়িত সমস্যাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে।

      তাৰ পিছত ৩০০ দিন: এই ​​৩০০ দিনত দুয়োটা চকুতে সমস্যা হ’ব পাৰে, চকুৰ বিষ হ’ব পাৰে।

      ২০০ দিনঃ ২০০ দিনলৈ কিডনীত সমস্যা হ’ব পাৰে আৰু বিষ বহুত বাঢ়িব পাৰে।

      শনিৰ মহাদশাৰ উপকাৰিতা-

      • পুৰণি কৰ্মৰ পৰিশোধন
      • অনুশাসন আৰু আত্মবিশ্বাস
      • আধ্যাত্মিক অগ্ৰগতি
      • সংযম আৰু ধৈৰ্য্য লাভ

      শনিৰ  মহাদশা চলিলে কি কৰা উচিত?

      • “অম শম শনৈশচাৰায় নম” জপ কৰিব লাগে।
      • শনিবাৰে তেল দান কৰাৰ লগতে দুখীয়াক খাদ্য দিব লাগে।
      • নিজৰ কৰ্মত আনুগত্য আৰু সত্য বজাই ৰাখিব লাগে।
      • ভগৱান হনুমানক পূজা কৰিব লাগে কাৰণ শনিয়ে হনুমান ভক্তক ভয় কৰে।
      Tags: GodHINDUSMReligionSHANI

      Related Posts

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা,  জানক এই দেশৰ…
      Top News

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা, জানক এই দেশৰ…

      July 5, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 5, 2025
      নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ
      Top News

      নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

      July 4, 2025
      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
      Top News

      কঠোৰ চৰকাৰ; ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানীৰ ছ’চিয়েল মিডিয়া একাউণ্ট

      July 4, 2025
      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
      Top News

      মথুৰা শ্ৰী কৃষ্ণ জন্মভূমি গোচৰ : হিন্দু পক্ষক মোক্ষম আঘাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

      July 4, 2025
      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা
      BIG BREAKING

      বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

      July 4, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP